অ’ মোৰ গুৰুদেউ
( সুধাকন্ঠৰ কণ্ঠত “উল্টা-পুৰাণ”) অ’ মোৰ গুৰুদেউ, ই কথা পতিয়াব কোনেমোৰ গুৰুদেউ, ই কথা পতিয়াব কোনে? এ হৰি এ, হালোৱাই […]
( সুধাকন্ঠৰ কণ্ঠত “উল্টা-পুৰাণ”) অ’ মোৰ গুৰুদেউ, ই কথা পতিয়াব কোনেমোৰ গুৰুদেউ, ই কথা পতিয়াব কোনে? এ হৰি এ, হালোৱাই […]
অ’ মোৰ মলুৱা ৰেমোৰে মলুৱাকোনে মাৰিলাহায় অ’হায় মোৰ মলুৱা ৰেযঁতৰ যঁতৰ কৰে তাইহায় অ’ হৰি !যঁতৰ আনি দিলো মইহায় অ’
অলৌগুটি তলৌগুটি কোন ক’ত লটি-ঘটি কচুপাতত লাই যি হাতে আঙঠি নাই সেই হাতে কেনেকৈ পায় … ঐ ৰাম সেই হাতে
অ’ মোৰ মৰমৰ নতুন পুৰুষঅ’ মোৰ মৰমৰ নতুন পুৰুষযদি নোপোৱাখিনিক বিচাৰিলেইযদি নোপোৱাখিনিক বিচাৰিলেইবিপ্লব হয়তুমি থমকি নৰবাতুমি থমকি নৰবাঅ’ মোৰ মৰমৰ
অলীয়া বলীয়া কৄষ্ণাই কলীয়াভাল গকুলৰলীলা খেলিছিলাঅলীয়াবলীয়া কৄষ্ণাই কলীয়াভাল গকুলৰলীলা খেলিছিলালীলা খেলিখেলি কতে ময়াপী হলা অ কলীয়াভাল গকুলৰলীলা খেলিছিলাঅলীয়াবলীয়া কৄষ্ণাই কলীয়াভাল
অ’ মইনা কেতিয়া আহিলি তইঅহাৰে লগতেবননিৰ মাজতে ফুলেবনৰীয়া জাঁই |মলয়া বতাহোলগতে আনিলিগানো শাঁতেপৰি যায়শুৱলা গীতএটি গায় |আজলী হৰিণীঅতিকৈ শুৱনিনিজৰাৰে পানী
অসীমৰ সিপাৰতেমহাজলধিৰ শেষতেজ্যোতি এন্ধাৰৰ মাজতেদুটি কন্ঠৰ কথা শুলো ৰিণিকিৰিণিকি অহা…এটি হ’ল উষাআনটি ক’লীয়া নিশানিশাই পিন্ধিছে জোনবিৰি কেৰুমণিহেজাৰ তৰাই ফুল বাচি
অ’ ভাৰতীৰে ! অ’ পৃথিৱীৰে ! স্বাধীনচিতীয়া দল ভাৰতী স্বাধীন হ’ল ৷ ঘিট্ মিট্ এন্ধাৰ কঙ্কালসাৰ ! অতীত অন্ত হ’ল