অঞ্জলি

অঞ্জলি…..
(আ .. আলাপ)
অঞ্জলি ..
নিজকে বিলাই
পাবা নে..
আনৰ মুখৰ হাঁহি..
অঞ্জলি ..নিজকে বিলাই
পাবা নে..
আনৰ মুখৰ হাঁহি..
অঞ্জলি ! ..
যি বিচাৰি পালা…
সি যে নৰ’
ল আৰু….
পাই হেৰুৱাৰ বেঠা…
কোনে বুজিব বাৰু…
নিৰৱে… চকুলো বোৱাই…
নিৰৱে.. চকুলো বোৱাই..
যাৰ কথা ভাৱি ভাৱি !
অঞ্জলি.. নিজকে বিলাই.. পাবা
নে..
আনৰ মুখৰ হাঁহি
অঞ্জলি ! ..
জীৱনে বাৰে বাৰে….
কৰে তোমাক চলনা…
হৃদয়ে বাৰে বাৰে…
পায় মাথো নিৰাশা..
স্মৃতিয়ে.. কাহিনী সজায়
স্মৃতিয়ে কাহিনী সজায়
যাৰ প্রীতি ভাৱি ভাৱি..
অঞ্জলি.. নিজকে বিলাই পাবা
নে…
আনৰ মুখৰ হাঁহি…
অঞ্জলি… নিজকে বিলাই পাবা
নে…
আনৰ মুখৰ হাঁহি…
অঞ্জলি  ..!
অঞ্জলি …!
অঞ্জলি .. !

 
Scroll to Top