অ’ ম‍ইনা কেতিয়া আহিলি ত‍ই

অ’ ম‍ইনা কেতিয়া আহিলি ত‍ই
অহাৰে লগতে
বননিৰ মাজতে ফুলে
বনৰীয়া জাঁই |
মলয়া বতাহো
লগতে আনিলি
গানো শাঁতে
পৰি যায়
শুৱলা গীত
এটি গায় |
আজলী হৰিণী
অতিকৈ শুৱনি
নিজৰাৰে পানী খায় |
এখুজি-দুখুজি থমকি থমকি
ঘূৰি ঘূৰি চৰি যায়|
মোৰ ম‍ইনা
ঘূৰি ঘূৰি চৰি খায় |

গীতটিৰ ৰচক সুধাকন্ঠ পিতৃ নীলকান্ত হাজৰিকাদেৱ|
ৰচনাকাল: ১৯৩৪ চন

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top