অলীয়া বলীয়া কৄষ্ণাই কলীয়া
ভাল গকুলৰ
লীলা খেলিছিলা
অলীয়া
বলীয়া কৄষ্ণাই কলীয়া
ভাল গকুলৰ
লীলা খেলিছিলা
লীলা খেলি
খেলি কতে ময়াপী হলা অ কলীয়া
ভাল গকুলৰ
লীলা খেলিছিলা
অলীয়া
বলীয়া কৄষ্ণাই কলীয়া
ভাল গকুলৰ
লীলা খেলিছিলা
ভাল গকুলৰ
লীলা খেলিছিলা
তোমাকে
নেদেখি খিতি লেখি লেখি
গোপীনীসকলে
নখৰে জেউতি পেলালে কলা
বিচাৰি
কৰিলে জলাকলা
তোমাকে
নেদেখি খিতি লেখি লেখি
গোপীনীসকলে
নখৰে জেউতি পেলালে কলা
বিচাৰি
কৰিলে জলাকলা
অলীয়া
বলীয়া কৄষ্ণাই কলীয়া
ভাল গকুলৰ
লীলা খেলিছিলা
লীলা খেলি
খেলি কতে ময়াপী হলা অ কলীয়া
ভাল গকুলৰ
লীলা খেলিছিলা
ভাল গকুলৰ
লীলা খেলিছিলা
অসুৰ শতৰুৰ
লগতে কলীয়া ভাল গকুলত লগৰী পালা
অঘা মঘা
দুই অসুৰকে বধি কংস মোমাইক মাৰি অ কলীয়া
চিৰকাললৈ
কিৰীতি ৰাখিলা
অসুৰ শতৰুৰ
লগতে কলীয়া ভাল গকুলত লগৰী পালা
অঘা মঘা
দুই অসুৰকে বধি কংস মোমাইক মাৰি অ কলীয়া
চিৰকাললৈ কিৰীতি
ৰাখিলা
অলীয়া
বলীয়া কৄষ্ণাই কলীয়া
ভাল গকুলৰ
লীলা খেলিছিলা
অলীয়া
বলীয়া কৄষ্ণাই কলীয়া
ভাল গকুলৰ
লীলা খেলিছিলা
লীলা খেলি
খেলি কতে ময়াপী হলা অ কলীয়া
ভাল গকুলৰ
লীলা খেলিছিলা
ভাল গকুলৰ
লীলা খেলিছিলা
ভাল গকুলৰ
লীলা খেলিছিলা