অসম আমাৰ জননী
অসম আমাৰ জননীআমি তৰুন সেনানী ..অসম আমাৰ জননীআমি তৰুন সেনানী ..নতুন দিনৰ প্রতিশ্রুতিৰেনতুন দিনৰ প্রতিশ্রুতিৰেআমি গণমুক্তি বাহিনী !আমি গণমুক্তি বাহিনী,অসম […]
অসম আমাৰ জননীআমি তৰুন সেনানী ..অসম আমাৰ জননীআমি তৰুন সেনানী ..নতুন দিনৰ প্রতিশ্রুতিৰেনতুন দিনৰ প্রতিশ্রুতিৰেআমি গণমুক্তি বাহিনী !আমি গণমুক্তি বাহিনী,অসম […]
সমস্বৰে: অ’ অসমীয়া ডেকা দল অ’ অসমীয়া ডেকা দল অ’ অসমীয়া ডেকা দল অ’ অসমীয়া ডেকা দল
কন্ঠ: ভূপেন হাজৰিকা আৰু হাচিনা হাজৰিকাগীতৰ কথা: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা অ’…অ’….গুৰু মোৰ শংকৰ…তৰিবৰে কিনো উপায়… অ’…অ’….গুৰু মোৰ শংকৰ…তৰিবৰে কিনো উপায়…
পথিক :অ’ বান্ধ ….অ’ সিপাৰৰ বান্ধ,শু… না ..এন্ধাৰ ইটো পাৰ …কাল ধুমুহাইঢাকে আকাশকৰাঁচোন সিপাৰকৰাঁচোন সিপাৰ ৷নাৱৰীয়া:মেঘ বৰষুণ নেউচি মইতোমাক কৰিম
অ’ মোৰ প্রিয় জনগণমই গাওঁ তোমাৰেই গানঅ’ মোৰ প্রিয় জনগণমই গাওঁ তোমাৰেই গানকন্ঠ মোৰ আছে য’তদিনকথা দিলোঁ মই ত’তদিনকন্ঠ মোৰ
অ’ তই অবুজ মনচেনেহৰ বাটনিচিনিলিসঁচা বাট বিচাৰিযাওঁতে চাবি যেননপৰ অবাটে পিছলি !অ’ তই অবুজ মনচেনেহৰ বাটনিচিনিলিসঁচা বাট বিচাৰিযাওঁতে চাবি যেননপৰ
অ’ মোৰ মলুৱা ৰেঅ’ মোৰ, মলুৱা ৰেমোৰে মলুৱাক কোনে মাৰিলা হায় অ’হায় মোৰ মলুৱা ৰে ৷কি এ, বিয়া বিয়া কৰে
অ’ কাজল বৰণ কন্যাতোমাৰ নাই তুলনাএই ৰূপৰ বন্যা দেখিহ’লোঁ মই উন্মনা।মেঘ বৰণ তোমাৰ চুলিতলহৰ খেলি যায়মোৰ যে হিয়াত এই লহৰেপুলক
অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়। কোন সুন্দৰৰে শিল্পীয়ে পদুম ফুলৰ