Author name: Admin 1

এʼ বিজুলী নাচে, চিক্‌মিক্‌

এʼ বিজুলী নাচে, চিক্‌মিক্‌ চিক্‌মিক্‌অʼ ডম্বৰু বাজিলে, ডুগ্, ডুগ্, ডুগ্, ডুগ্। ডুগ্ ডুগ্ ডুগ্ ডুগ্ ডম্বৰুমেঘে বজায় ডম্বৰুচিক্‌মিক্‌ বিজুলী নাচেহেʼ […]

মোক এজন বগা মানুহ দিয়া

মোক এজন বগা মানুহ দিয়াযাৰ ৰক্ত বগামোক এজন ক’লা মানুহ দিয়াযাৰ ৰক্ত ক’লাযদি দিব পাৰা প্ৰতিদান যি বিচৰাহওক অমূল্য পাব

নেলাগে সমাজ

নেলাগে সমাজনেলাগে নেলাগে সময় দেখুওৱা ঘড়ীসময় এবাৰ থমকি ৰওকচোনআমাকে সাক্ষী কৰি।আবেলিৰ ৰামধনু থপিয়াই আনিটুকুৰা টুকুৰ কৰিছটিয়াই দিম তোমাৰ গালৈল’বাচোন শয্যাত

নিদ্ৰানৈৰ সিপাৰে

নিদ্ৰানৈৰ সিপাৰে নি: শব্দ নীৰৱ নিশা নিদ্ৰা নৈ বৈ বৈ, ততকে নেপায় – পানী মেটেকাৰ দৰে, কিছু দূৰাশা কিছু নিৰাশা

, লোকগীত

লাউ খাওয়াৰ পাৰে

কন্ঠ: ভূপেন হাজৰিকা আৰু প্ৰতিমা পাণ্ডে বৰুৱা লাউ খাওয়াৰ পাৰে কি পাৰে মাওমোৰ কেউৰা বাকেস কী ফুল।লাউ খাওয়াৰ পাৰে কি

, লোকগীত

বাৰো মাসে তেৰ ফুল ফুটে

কন্ঠ: ভূপেন হাজৰিকা আৰু প্ৰতিমা পাণ্ডে বৰুৱা বাৰো মাসে তেৰ ফুল ফুটেবছৰে ফুটে হলা চৈনাযাইও যমুনাৰ জলে। তুমৰা নাযাইও নাযাইওনাযাইও

, লোকগীত

বন্ধুৰ বাৰীতে

কন্ঠ: প্ৰতিমা পাণ্ডে বৰুৱা আৰু ভূপেন হাজৰিকা কি বন্ধুৰ বাড়ীতে তাল গাছে ঢোলে,হ্যাসকা টানে পীৰিত খচে মাঘ মাসী শীতেবন্ধুৰ বাড়ীতে

, লোকগীত

অ’ মোৰ গুৰুদেউ

( সুধাকন্ঠৰ কণ্ঠত “উল্টা-পুৰাণ”) অ’ মোৰ গুৰুদেউ, ই কথা পতিয়াব কোনেমোৰ গুৰুদেউ, ই কথা পতিয়াব কোনে? এ হৰি এ, হালোৱাই

 
Scroll to Top