ম

ম

মোক এজন বগা মানুহ দিয়া

মোক এজন বগা মানুহ দিয়াযাৰ ৰক্ত বগামোক এজন ক’লা মানুহ দিয়াযাৰ ৰক্ত ক’লাযদি দিব পাৰা প্ৰতিদান যি বিচৰাহওক অমূল্য পাব

ম

মই বিচাৰিছো হেজাৰ চকুত

কথা:ড° নিৰ্মলপ্ৰভা বৰদলৈ মই বিচাৰিছো হেজাৰ চকুত দীপ্ত সূর্য শিখা এই ভয়াবহ যুগ-সন্ধিৰ নাশিবলে বিভীষিকা মই বিচাৰিছো হেজাৰ চকুত দীপ্ত

ম

মই আহিছোঁ

মই আহিছোঁ.. মই আহিছোঁ.. মই আহিছোঁশত শ্বহীদৰ সপোনকে লৈশত শ্বহীদৰ সপোনকে লৈবাট, ঘাট, নদ, পাহাৰ.. পাৰ হৈবাট-ঘাট-নদ-পাহাৰ পাৰ হৈপৃথিৱীক আজি

ম

মৌন মোৰ ৰুগীয়া মাই

মৌন মোৰ ৰুগীয়া মাই মৰণৰ ক্ষণ গণিছেশয্যাপাশত মোক দেখি আজি, শেঁতা হাঁহি এটি হাঁহিছে।দেহাত মাৰ শকতি নাই, মুখতো নুফুটে ভাষাবৰ

ম

মোৰ মৰমে মৰম বিচাৰি যায়

মোৰ মৰমে মৰম বিচাৰি যায়মোৰ মৰমে মৰম বিচাৰি যায়বাৰিষাৰ কেঁচা বানেমোৰেই কাৰণে আনেনতুনৰে বৰে নৈযুগৰ বতৰা লৈ ।।অকলশৰীয়া পথেদি মইশত

ম

মোৰ মন বাঘ যদি

মোৰ মন বাঘ যদি আজি চৰাই হয়আৰু কʼৰবাৰ চিলনীয়ে খেদি খেদি কয় –তোৰ সাহৰ দেখোঁ কোনো চিনচাব নাইমই কʼম কি?মোৰ

ম

মোৰ বুকুৰ জ্বালাত

মোৰ বুকুৰ জ্বালাত নয়ন উতলেনাবিক হিয়াত সনা লহৰ নগলে ।।মেলা পাল সুৰৰে অবাক নিমাতহয়, হিয়াৰো ভুল হেৰালে যে বাটআজি কোনে

ম

মোৰ গীতৰ হেজাৰ শ্ৰোতা

মোৰ গীতৰ হেজাৰ শ্ৰোতা!তোমাক নমস্কাৰ !গীতৰ সভাত তুমিয়েতো প্ৰধান অলংকাৰ ।।প্ৰয়াস কৰোঁ- তোমাৰ মুখত হাঁহি বিলাবলেʼপ্ৰয়াস কৰোঁ- তোমাৰ দুখত সঁচাই

ম

মোৰ গান হওক

মোৰ গান হওকবহু আস্থাহীনতাৰ বিপৰীতেএক গভীৰ আস্থাৰ গান। মোৰ গান হওককল্পনা-বিলাসৰ বিপৰীতেএক সত্য প্ৰশস্তিৰ ধ্যান।।  মোৰ কলাশৈলীতে মূৰ্ত্ত হওকএক মধুৰ বৈশিষ্টৰ

ম

মোৰ গা-টো দেখোন

মোৰ গাটো দেখোন অʼ মাকণসাতখন আঠখনৰঙালী বিহুতে ৰঙা ৰঙা মনতই দেখোঁ গাভৰু হʼলি মাকণ। কালি দেখিছিলোঁ অʼ মাকণভৰলীৰে পাৰতলহপহ দেহাৰে

 
Scroll to Top