ম

ম

মই যেতিয়া এই জীৱনৰ

মই যেতিয়া এই জীৱনৰমায়া এৰি গুচি যাম,আশা কৰোঁ মোৰ চিতাৰ কাষততোমাৰ সঁহাৰি পাম। নালাগে মোৰ সোঁৱৰণী সভানালাগে মিছা নামতোমাৰ এটুপি চকুলো

ম

মই কহিমাৰে

গাভৰু : মই কহিমাৰে আধুনিকা ডালিমী।ডেকা : মই গদাপাণি আধুনিক ভৈয়ামৰ।দুয়ো : আমি আজি দুয়ো সহযাত্ৰীগুৱাহাটী অভিমুখী নিশাৰ ৰেলʼৰ।  ডেকা

ম

মই এটি যাযাবৰ

মই এটি যাযাবৰধৰাৰ দিহিঙে-দিপাঙে লৱৰোঁ নিবিচাৰি নিজা ঘৰ।   মই লুইতৰ পৰা মিছিছিপি হৈ ভলগাৰ ৰূপ চালোঁ অটোৱাৰপৰা অষ্ট্রিয়া হৈ পেৰিছ সাবটি  ল’লোঁ; মই

ম

মই অথায় জলধিৰ

মই অথায় জলধিৰ মাজলৈ  আহিলোঁ সাঁতুৰিদূৰ দূৰণিত দুপাৰ এৰি  খাইছোঁ হাবাথুৰিমই অথায় জলধিৰ মাজলৈ  আহিলোঁ সাতুৰি। এটি পাৰে অহঙ্কাৰ স্বাৰ্থপৰতাৰ চৌদিশে প্ৰস্তুতি

ম

মাঘত দেখোঁ উৰুকা নহয়

মাঘত দেখোঁ উৰুকা নহয়                তুমি নহʼলেবʼহাগ বিহুত বিহু-ঢোল নেবাজে                তুমি নহʼলে,তুমি নহʼলে  তুমি নহʼলে। শাৰদী পুৱা কঁহুৱা নুফুলে                তুমি নহʼলেএন্ধাৰ

 
Scroll to Top