ম

ম

মোক এনে এখন সৰগ দিয়াঁ

মোক এনে এখন সৰগ দিয়াযি ধৰাত জিলিকি পৰে,এনে এটি পৰিবেশ দিয়াঁ        হিয়া যʼত শাঁত পৰে।।প্ৰচণ্ড বেলিৰ তাপ থকাসন্মুখত অনন্ত পথএজুপি

ম

মেঘে গিৰ্ গিৰ্ কৰে

মেঘে গিৰ্ গিৰ্  কৰেআ-হা হিৰ্ হিৰ্ মেঘে কৰে  বা লাগি আগলতি    কলাপাত লৰে এজাক যেন বৰষুণআহোঁ আহোঁ কৰে।।   বহু দিনে

ম

মিলনৰে এই শুভ ক্ষণ

অ’ …..অ’…..অ’…… মিলনৰে এই শুভ ক্ষণপখিলা উৰাদি উৰে মন মৰমৰে এই আৱাহনজীৱনৰে মধুৰ লগন।  লাজৰে বান্ধোন খুলি যায় যায় বুকুৱে সঁহাৰি পায় পায়। অমৃতময়

ম

মিঠা মিঠা বʼহাগৰ

মিঠা মিঠা বʼহাগৰগীত এটিকে ৰচোঁ বুলি ভাবিলোএনেতে চুচুক চামাককৈ কাষ চাপিলাম‍ই যেন ভাষা পালোঁ।মিঠা মিঠা বʼহাগৰ। লুইততে তিওৱা তোমাৰ দেহামাহ আৰু

ম

মানুহে মানুহৰ বাবে

মানুহে মানুহৰ বাবেযদিহে অকনো নেভাবেঅকনি সহানুভূতিৰেভাবিব কোনেনো কোৱা সমনীয়া? মানুহে মানু্হক বেচিব খুজিমানুহে মানুহক কিনিব খুজিপূৰণি ইতিহাস দোহাৰিলেভুল জানো নহʼবকোৱা

ম

মহিলা মহিলা ক’লৈনো

এই মহিলা মহিলা ক’লৈনো আহিলাঁগচকত মাৰিলা বনমহিলা মহিলা কি যে ভুল কৰিলাঁপুৰুষৰ নুবুজা মন।গল চাই গহনা গাটো তায়ে চোলামূৰ চাই

ম

মহামানৱৰ ত্যাগ অগনিয়ে নাশিব

আগ বাঢ়া, বাঢ়া আগ বাঢ়া      ডেকা-গাভৰুৰ দল।     জনতাৰ মৃত্যু এফেৰি বতাহে   আকাশ কঁপাই তোলে     ঘনে ঘনে কোলাহল।ডেকা-গাভৰুৰ দল আগ বাঢ়া 

ম

মহাবাহু ব্রহ্মপুত্র

কথা: স্বকীয় ৰূপ লৈ ব’হাগনো আহে ক’লৈ ?       ব্রহ্মপুত্রৰ দুয়োপাৰলৈ নহয় জানো ?       এই ব্রহ্মপুত্রৰ মহান ঐতিহ্যই বা কি ?

ম

মহাত্মাই হাঁসি বোলে

মহাত্মাই হাঁসি বোলে ৰাম ৰহিম,    বান্ধ ৰাম ৰহিম!একেলগে একে সঙ্গে বান্ধৱ পাতিম    হায় হায় ৰাম ৰহিম !মহাত্মাই হাসি বোলে কৃষ্ণ

ম

ময়ূৰী ময়ূৰী

নায়ক: ময়ূৰী ময়ূৰীনয়িকা: সুদৰ্শন, সুদৰ্শননায়ক: মন ময়ূৰী         তুমি যেন মোৰ বন ময়ূৰী                 তুমি যেন মোৰ মন ময়ূৰী         মই

 
Scroll to Top