লাউ খাওয়াৰ পাৰে

কন্ঠ: ভূপেন হাজৰিকা আৰু প্ৰতিমা পাণ্ডে বৰুৱা

লাউ খাওয়াৰ পাৰে কি পাৰে মাও
মোৰ কেউৰা বাকেস কী ফুল।
লাউ খাওয়াৰ পাৰে কি পাৰে মাও
তোৰ কেউৰা বাকেস কী ফুল।

তোৰ বাবাই সনে আন্‌ছে
কি আন্‌ছে মাও
তোৰ ভেঙৰা বাজাইয়া পাৎ‌থৰ।
ওই ভেঙৰাৰ ভীতি দেখুন
কি দেখুন মাও
মুই হাসুম বা মনে মনে
মাও মুই কান্দুম বা চিতে চিতে।

তোৰ দাদাই সনে আন্‌ছে
কি আন্‌ছে মাও
তোৰ কাণা বাজাইয়া পাৎ‌থৰ।
ওই কাণাৰ ভীতি দেখুন
কি দেখুন মাও
মুই হাসুম বা মনে মনে
মাও মুই কান্দুম বা চিতে চিতে।

তোৰ চাচাই সোণা আন্‌ছে
কি আন্‌ছে মাও
তোৰ তেৰা বাজাইয়া পাৎ‌থৰ।
ওই তেৰাৰ ভীতি দেখুন
কি দেখুন মাও
মুই হাসুম বা মনে মনে
মাও মুই কান্দুম বা চিতে চিতে।

(গোৱালপাৰীয়া লোকগীত)

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top