লাউ খাওয়াৰ পাৰে
কন্ঠ: ভূপেন হাজৰিকা আৰু প্ৰতিমা পাণ্ডে বৰুৱা লাউ খাওয়াৰ পাৰে কি পাৰে মাওমোৰ কেউৰা বাকেস কী ফুল।লাউ খাওয়াৰ পাৰে কি […]
কন্ঠ: ভূপেন হাজৰিকা আৰু প্ৰতিমা পাণ্ডে বৰুৱা লাউ খাওয়াৰ পাৰে কি পাৰে মাওমোৰ কেউৰা বাকেস কী ফুল।লাউ খাওয়াৰ পাৰে কি […]
লুইতপৰীয়া ডেকা বন্ধুতোমাৰ তুলনা নাইজীয়াই থকাৰ য়ুঁজত নামিছামৃত্য়ু শপতে খাই। পুৰণি পুৰুষে হাত সাৱটিবহুতো হেৰুৱালেউদাৰতাক শতৰুৱেদুৰ্বলতা বুলি ল’লে।আজি বজ্ৰৰ দৰে
কথাঃ শিহুটো ওলোৱাদি বিহুটোও ওলায়হি বছৰি।গীতঃ লুইতত ভোটোঙাই ওলাল শিহুআজি বোলে ৰঙালী বিহু বিহু।যেন লেতেকুৰে থোকধেমালি চাই যা ধেমালি চা।সমাজৰ
লুইততে মোৰ ঘৰলুইতেই মোৰ পৰলুইতে যে ভাঙে গঢ়েসপোন মৰমৰ।। আশাৰ বালিচৰত এদিনতুমি হʼলা মোৰএখনি নাৱতে দুয়োহৈছিলো বিভোৰ ।আজি কিয় গুচি
লুইতৰ পাৰ দুটি জিলিকি উঠিব ৰাতিজ্বলি শত দেৱালীৰ বন্তিআহিব কাতিৰে মাহটিদূৰতে দেৱালীৰ বন্তি । অʼ ভৰা বৰলুইতত লুইতপৰীয়াটুলুঙা নাৱতে অকলশৰীয়াআমাৰে
লিয়েনমাকাও–লিয়েনমাকাওকোনকোন পাহাৰ শিখৰতেবাট চাইছা ?সুৰৰ পঁজা কিয় উদং ৰাখিমঅকলশৰে মই কিমান কান্দিমতাকে একমনে ভাবিছাঁ । চুলিটাৰি—চুলিটাৰিতাতেতাতে ডিয়েংচিয়ে পাতৰ ৰং সানিছাসেই