অৰুণ কিৰণ শিৰৰ ভূষণ

অৰুণ কিৰণ শিৰৰ ভূষণগলে হিমৰ ঢল,পুৱাৰ সূৰুযে চুমা খোৱা দেশআমাৰ অৰুণাচল। কামেং চিয়াং লোহিত আৰুটিৰাপ সোৱণশিৰীচিৰ জ্যোতিৰ কুসুম ৰূপেশোভে হিমগিৰি […]

অহো হো মহʼ অʼ

অহো হো মহো হো  দেশৰ হকে মৰোঁ অʼকিঞ্চিতো নাই ভয় নাই,ওলালোঁ মুক্তি-পথ যাত্ৰী, হেʼ হেʼ।। ৰংঘৰ ৰংঘৰ তেজী ৰঙা ৰংঘৰআজি

অসমী আইৰে লালিতা-পালিতা

(অসমত এনে কন্যা বহুতো আছে – যাৰ মাতৃভাষা হয়তো অসমীয়া  নহয় । অথচ ইয়াতে জনম লৈ, অসমী আইৰ কোলাতে লালিতা-পালিতা

অসম দেশৰ বাগিচাৰে

অসম দেশৰ বাগিচাৰে ছোৱালীঝুমুৰ-টুমুৰ নাচি কৰোঁ ধেমালি;হেʼ লছমী নহয় মোৰে নাম – চামেলি ।। শিৰীষ তলে ধৰ্‌বি পাহি,পাতা লম্বা পাবি

অলিয়া বলিয়া মন

অলিয়া-বলিয়া মন মোৰঅলিয়া বলিয়া মনসুন্দৰ সৃষ্টিকাৰী মই অসুন্দৰহাৰীনতুনতা মোৰ পণ। শুৱনী ধৰণী সজাওঁ পৰাওঁতুমিয়ে দিয়া তাৰ প্ৰাণ  সাত ৰহণৰ ৰামধেনু

অয়, অয় আকাশ শুব

অয়, অয় আকাশ শুবঅয় অয় বতাহ শুবদিগন্ততে হাঁহাকাৰ হʼব। সময় যেন স্তব্ধ হয়, হয়ভীত হয়, হয়চকুলো শিল হʼবঅয় অয় সময়

অপৰূপা, অপৰূপা

(কণ্ঠ – Usha Mangeshkar) অপৰূপা ! অপৰূপা !!  অসীমৰ নীল-নভততুমি এক বিন্দু অনন্ত।। অপৰূপাতুমি মুক্তা, তুমি মুক্তাঅনুভৱ জানো তুমি কৰা

অনামিকা বিদায়

 (অনুবাদ গীত : মূল ৰচনা -শিৱদাস বেনাৰ্জী) অনামিকা বিদায়, তোমাক জনাওঁ বিদায়,মিঠা সপোনৰ বিলাস ঘৰ,তোমাক লৈয়েই গঢ়াৰ সময় যে নাই,অনামিকা বিদায়,

অতীতৰ বুৰঞ্জী লিখকে

অতীতৰ বুৰঞ্জী লিখকে লিখিছিলৰজা-মহাৰজাৰ কথা।আজিৰ বুৰঞ্জী লিখকে লিখিছেমানুহৰ মুকুতিৰ কথা। মিছৰ দেশৰেনীল নৈৰ পাৰৰেফাল্লাহীনে বিনালেকৈ কৃষকৰ বুকুৰে বেথা। মিছিছিপিৰ পাৰতে কপাহৰে খেতিতেনীগ্ৰো

অতিকৈ চেনেহৰ বহলকৈ পৃথিৱী

অতিকৈ চেনেহৰ বহলকৈ পৃথিৱীতাতোকৈ চেনেহৰ ভাই,তাতোকৈ চেনেহৰ ভল্গাৰ বান্ধৈ ঐআনন্দৰে সীমা নাই। ৰুছ দলৰ কি ক্ষিপ্ৰতা চাব,কি কৌশল চাব?সমাজৰে পথাৰতেকিনো

 
Scroll to Top