অট’ৰিক্সা চলাও
ভায়েক : অট’ৰিক্সা চলাওঁআমি দুয়ো ভাইগুৱাহাটী কৰি গুলজাৰককায়েক : বি-ই ফেইল মইসৰু ভাই এম এ পাছদুয়ো : বেংকত বহুতো ধাৰবেংকত […]
ভায়েক : অট’ৰিক্সা চলাওঁআমি দুয়ো ভাইগুৱাহাটী কৰি গুলজাৰককায়েক : বি-ই ফেইল মইসৰু ভাই এম এ পাছদুয়ো : বেংকত বহুতো ধাৰবেংকত […]
অগ্নিযুগৰ ফিৰিঙতি মইনতুন অসম গঢ়িম।সৰ্ব্বহাৰাৰ সৰ্ব্বস্ব পুনৰ ফিৰাই আনিমনতুন অসম গঢ়িম। নৰ-কঙ্কালৰ অস্ত্ৰ সাজিশোষণকাৰীক বধিম।সৰ্ব্বহাৰাৰ সৰ্ব্বস্ব পুনৰ ফিৰাই আনিম। নতুন
তেজপুৰ বিশ্ববিদ্যালয় সঙ্গীত অগ্নিগড়ৰ স্থাপত্য, কলীয়াভোমোৰাৰসেঁতু নিৰ্মাণ-জ্ঞান জ্যোতিৰ্ময়সেহি স্থানতে বিৰাজিছে তেজপুৰ বিশ্ববিদ্যালয় | ভূ-গৰ্ভৰ পৰা গ্ৰহ নক্ষত্ৰত গণনাৰে কৰোঁ বিচৰণবিজ্ঞান-জোঁৱাৰৰ অগ্ৰগতিক আহুতিৰে
অকোৱা পকোৱা বাট, এই পাহাৰীয়াঝক্ঝক্ চলিছে, যেন কেৰেলুৱাঅকোৱা-পকোৱা বাটটো ‘পাতাচিয়াʼঝক্ঝক্ চলিছে যেন কেৰেলুৱা । ঝিক্ ঝিক্ ঝিক্ ঝিক্ ঝক্ ঝক্
অকণ ঘৰলৈ আহিলেআমাৰ অকণ আহিলেকেঁচা তেজ ভৰা ফুল শয়নতকোনেনো সজায়ে দিলে।। আমাৰ অকণে কৈশোৰতেবীৰৰ সপোন দেখিলেসংগ্ৰামৰে নেতা হʼব বুলিবিপ্লৱী ক্ষণ
অ’ মোৰ ধৰিত্ৰী আইচৰণতে দিবা ঠাই,খেতিয়কৰ নিস্তাৰ নাইমাটি বিনে অসহায়;দয়া কৰা দয়াশীলা আই ।দয়া কৰা দয়াশীলা আই | ৰ’দ বৰষুণ কাতি
অ’ বিদেশী বন্ধু ! দুৰ্ভগীয়া !আজি কিয়নো বন্ধু ! অকলশৰীয়া !প্ৰতিধ্বনি শুনো কান্দোনৰ । প্ৰেমৰ সাগৰে জাহাজ মেলিলিনাপালি কোনো বন্দৰ;সৰু
গীত : অ’ নতুন মনৰ তৰুণ-তৰুণীবুজিছোঁ তোমাৰ চকুৰ চাৱনী সমুখা-সমুখি দুয়োকিবা প্ৰকাশ কৰাৰ মনবুকুৱে খুজিলেও মুখেৰে নুফুটেকটোৱা নিৰৱ ক্ষণ ।কথা:
অ’ থুনুকা কাঁচঘৰতই বান্ধিবি কিমানমোৰ মন পখীকসীমাৰ পৰিধি টানি ।সৌ অসীম আকাশমোৰেই বাবে বাট চাই আছেকামনাৰ ৰহন সানি।। জানো মৰণ-জীৱন একেটি
অʼ হৰি, ইখন স্ৰজিলা কিনো শান্তি নিকেতনবাল্মীকিদেউ বহি আছে যেন হিমাচল।। চন্দন বন হালি-জালি সুগন্ধি বিলায়পাৰিজাত হাসি মাৰি ভ্ৰমৰ ভুলায়।।