অ’ মোৰ মলুৱা (সতী বেউলা)

অ’ মোৰ মলুৱা ৰে
মোৰে মলুৱা
কোনে মাৰিলা
হায় অ’
হায় মোৰ মলুৱা ৰে
যঁতৰ যঁতৰ কৰে তাই
হায় অ’ হৰি !
যঁতৰ আনি দিলো মই
হায় অ’ হৰি !

অ’ যঁতৰত ধৰি ধৰি
কান্দে মোৰ মলুৱা ৰে
মোৰে মলুৱা
কোনে মাৰিলা
হায় অ’
হায় মোৰ মলুৱা ৰে

অ’ মোৰ মলুৱা ৰে .. !
অ’ মোৰ মলুৱা ৰে .. !

ছবি: সতী বেউলা (১৯৫৪)
কন্ঠ: ভূপেন হাজৰিকা

(বি.দ্ৰ.: মুখ্যত: এইটো এটি লোকগীত, বিভিন্ন সময়ত বিভিন্ন ৰূপত পৰিবেশিত হৈছে।)

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top