অ’ মোৰ প্রিয় জনগণ
অ’ মোৰ প্রিয় জনগণমই গাওঁ তোমাৰেই গানঅ’ মোৰ প্রিয় জনগণমই গাওঁ তোমাৰেই গানকন্ঠ মোৰ আছে য’তদিনকথা দিলোঁ মই ত’তদিনকন্ঠ মোৰ […]
অ’ মোৰ প্রিয় জনগণমই গাওঁ তোমাৰেই গানঅ’ মোৰ প্রিয় জনগণমই গাওঁ তোমাৰেই গানকন্ঠ মোৰ আছে য’তদিনকথা দিলোঁ মই ত’তদিনকন্ঠ মোৰ […]
অ’ তই অবুজ মনচেনেহৰ বাটনিচিনিলিসঁচা বাট বিচাৰিযাওঁতে চাবি যেননপৰ অবাটে পিছলি !অ’ তই অবুজ মনচেনেহৰ বাটনিচিনিলিসঁচা বাট বিচাৰিযাওঁতে চাবি যেননপৰ
অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়। কোন সুন্দৰৰে শিল্পীয়ে পদুম ফুলৰ
(কণ্ঠ – জয়ন্ত হাজৰিকা) ভৰিৰ তলুৱাৰ পৰা যদি ধৰাখন খহি পৰা যেন লাগে তিল তিল কৈ যদি নিজৰেই ঘৰখন কাৰোবাৰ
ভৰা বাৰিষাৰ বানে খহাই নিলে গাঁও পাৰতে উচুপি কান্দে দুখীয়াৰ ছাও ৷ ভৰা বাৰিষাতে, ভৰা বাৰিষাতে ৷৷ বানপানীয়ে
ভাষা ভৰা পৃথিৱীৰ বিদ্রোহী কথা গীত কাণ পাতি শুনিবৰ শকতি নাই ৷ গুমৰি গুমৰি থকা জীৱনৰ ভাৰৰাশি
(কেতিয়াবা প্রেয়সীয়ে প্রিয়জনক সোঁৱৰাই দিবলগীয়া হয় এই বুলি- মোৰ দুচকুত চকু ৰাখি কোঁৱাচোন , মনৰ বীনা বাজিছেনে ? মনত পৰিছেনে
ভাঙ শিল ভাঙ ভাঙ! ভাঙ!! ভাঙ ভাঙোতা!!! শিল ভাঙ্ তোৰ ঘামভৰা নঙঠা পিঠি তপত ৰ’দত যায় ফাটি কোমল ভৰিৰ তলুভাত
কথা:ডেকা: ককাই –অসমৰ আকাশত সেইয়া কাকতৰ চিলা নে, বৰদৈচিলা? গীত:ডেকা:বৰদৈচিলা নে, সৰুদৈচিলা নেঅসমৰ আকাশত বৰ বৰ চিলা…বৰদৈচিলা নে, সৰুদৈচিলা নেঅসমৰ
কথা : এʼ বিজুলী নাচে, চিক্মিক্ চিক্মিক্অʼ ডম্বৰু বাজিলে, ডুগ্, ডুগ্, ডুগ্, ডুগ্। ডুগ্ ডুগ্ ডুগ্ ডুগ্ ডম্বৰুমেঘে বজায় ডম্বৰুচিক্মিক্