Author name: admin

য

যুৱতী অনামিকা গোস্বামী

গীত:-  যুৱতী অনামিকা গোস্বামী আৰু যুৱক প্রশান্ত দাসে বিয়াত হেনো কিছু বাধা পালে ৰাম বাধা পালে ! সেয়ে কাকো নজনাই, কামাখ্যাধামত দুয়ো দুয়োকে

ঐ

ঐ নিলাজ পাহাৰ !

হাঃ হাঃ হাঃ হাঃ …..থুই, হাঁহিবলৈ আহিছ !ঐ নিলাজ পাহাৰ !ঐ শুকান পাহাৰ !মৰমবিহীন হৈ মৰ্ মৰ্ মৰ্‌লাজতেহে মৰ্     বিচাৰিলি

দ

দলিত ভাৰতৰ আশাৰ প্ৰদীপ

দলিত ভাৰতৰ আশাৰ প্ৰদীপজয় মহাত্মা গান্ধীমোহন ৰূপেৰে জগত মুহিলাঁপ্ৰেমৰ ডোলেৰে বান্ধি। সৰ্বধৰ্মৰেই অৰ্থ বুজিলাঁবিশ্ব প্ৰেমেৰেই মথিমানৱতাৰ জ্যোতি মহানপ্ৰচাৰি অমৃত বাণী।

দ

দুয়ো মুখামুখি অতি সুখে সুখী

(আগকথা-বাহিৰ বিশ্ব যেতিয়া নিমাত, তেতিয়া দুজনে মুখামুখি হৈ কেইটামান মৰমী মুহূৰ্তক, প্ৰেমক পৱিত্ৰ জ্যোতিপ্ৰপাতলৈ পৰিণত কৰে। বোধহয় এনেকৈ -) গাভৰু

দ

দুখৰে উপৰি দুখ মোৰ ৰাইজ ঐ

দুখৰে উপৰি দুখ মোৰ ৰাইজ ঐলুইতত উটিলে জাঁজীআমাৰ দেশখন হʼল মৰিশালীপানী নাই পথাৰত আজি।কিনো দিন পৰিলে আজি। ৰহদৈয়ে ঢাকুৰে ভোগায়ে

ব

বৰদৈচিলা নে সৰুদৈচিলা

কথা:ডেকা: ককাই –অসমৰ আকাশত সেইয়া কাকতৰ চিলা নে, বৰদৈচিলা? গীত:ডেকা:বৰদৈচিলা নে, সৰুদৈচিলা নেঅসমৰ আকাশত বৰ বৰ চিলা…বৰদৈচিলা নে, সৰুদৈচিলা নেঅসমৰ

ব

বিৰাজে কি সাজে

বিৰাজে কি সাজেপ্ৰকৃতিৰে জীয়ৰীমিলন দেখি হাঁসে সখিনিজকে পাহৰি। শোক তাপ নিৰানন্দৰ আজি পৰিল অন্ত।ৰঙে-ৰঙে ভৰিল আজি মনৰে দিগন্ত।। শকুন্তলা দুষ্মন্তৰে

ব

 বিহুৰেনো বিৰিণা -অ’ আইতা

 বিহুৰেনো বিৰিণা —অ’ আইতাঅ’ নাচনীৰ কলাফুল লৰেবিহুৰেনো বিৰিণা —অ’ আইতাকেৰু মণি থুৰিয়াপাতে সমনীয়া  —অ’ আইতাতুমি আমাৰ যুৰীয়াব’হাগতে পাতি যাওঁ বিয়া

 
Scroll to Top