Bhupen Hazarika Lyrics

হিন্দী

डोला हो डोला

हईया ना, हईया ना, हईया ना, हईयाहईया ना, हईया ना, हईया ना, हईयाहे डोला हे डोला हे डोला हे डोला

অলৌগুটি তলৌগুটি

অলৌগুটি তলৌগুটি কোন ক’ত লটি-ঘটি কচুপাতত লাই যি হাতে আঙঠি নাই সেই হাতে কেনেকৈ পায় … ঐ ৰাম সেই হাতে

অ’ মোৰ মৰমৰ নতুন পুৰুষ

অ’ মোৰ মৰমৰ নতুন পুৰুষঅ’ মোৰ মৰমৰ নতুন পুৰুষযদি নোপোৱাখিনিক বিচাৰিলেইযদি নোপোৱাখিনিক বিচাৰিলেইবিপ্লব হয়তুমি থমকি নৰবাতুমি থমকি নৰবাঅ’ মোৰ মৰমৰ

অ’ ম‍ইনা কেতিয়া আহিলি ত‍ই

অ’ ম‍ইনা কেতিয়া আহিলি ত‍ইঅহাৰে লগতেবননিৰ মাজতে ফুলেবনৰীয়া জাঁই |মলয়া বতাহোলগতে আনিলিগানো শাঁতেপৰি যায়শুৱলা গীতএটি গায় |আজলী হৰিণীঅতিকৈ শুৱনিনিজৰাৰে পানী

অ’ সিপাৰৰ বান্ধ,

পথিক :অ’ বান্ধ ….অ’ সিপাৰৰ বান্ধ,শু… না ..এন্ধাৰ ইটো পাৰ …কাল ধুমুহাইঢাকে আকাশকৰাঁচোন সিপাৰকৰাঁচোন সিপাৰ ৷নাৱৰীয়া:মেঘ বৰষুণ নেউচি মইতোমাক কৰিম

অ’ মোৰ প্রিয় জনগণ

অ’ মোৰ প্রিয় জনগণমই গাওঁ তোমাৰেই গানঅ’ মোৰ প্রিয় জনগণমই গাওঁ তোমাৰেই গানকন্ঠ মোৰ আছে য’তদিনকথা দিলোঁ মই ত’তদিনকন্ঠ মোৰ

 
Scroll to Top