ভাষা ভৰা পৃথিৱীৰ


ভাষা ভৰা পৃথিৱীৰ
     বিদ্রোহী কথা গীত
          কাণ পাতি শুনিবৰ শকতি নাই ৷
গুমৰি গুমৰি থকা
   জীৱনৰ ভাৰৰাশি
      জগতক শুনাবৰ ভাষা নাই ৷
আছে কত ইঙ্গিত
  পৰাজয় নাই
        আছে নানা সঙ্কেত নাই ভয় নাই ৷৷
বিজ্ঞানে আগুৱাই যায়
 নতুন সভ্যতাত
   বধিৰতা মূকতাৰ কাৰাগাৰ নাই ৷৷
ভাষাহীন মৃত্যুক
  মষিমূৰ কৰি

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top