Assam

অ’ ম‍ইনা কেতিয়া আহিলি ত‍ই

অ’ ম‍ইনা কেতিয়া আহিলি ত‍ইঅহাৰে লগতেবননিৰ মাজতে ফুলেবনৰীয়া জাঁই |মলয়া বতাহোলগতে আনিলিগানো শাঁতেপৰি যায়শুৱলা গীতএটি গায় |আজলী হৰিণীঅতিকৈ শুৱনিনিজৰাৰে পানী […]

অ’ সিপাৰৰ বান্ধ,

পথিক :অ’ বান্ধ ….অ’ সিপাৰৰ বান্ধ,শু… না ..এন্ধাৰ ইটো পাৰ …কাল ধুমুহাইঢাকে আকাশকৰাঁচোন সিপাৰকৰাঁচোন সিপাৰ ৷নাৱৰীয়া:মেঘ বৰষুণ নেউচি মইতোমাক কৰিম

অ’ তই অবুজ মন

অ’ তই অবুজ মনচেনেহৰ বাটনিচিনিলিসঁচা বাট বিচাৰিযাওঁতে চাবি যেননপৰ অবাটে পিছলি !অ’ তই অবুজ মনচেনেহৰ বাটনিচিনিলিসঁচা বাট বিচাৰিযাওঁতে চাবি যেননপৰ

অস্ত আকাশৰে

অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়। কোন সুন্দৰৰে শিল্পীয়ে পদুম ফুলৰ

ভৰা বাৰিষাৰ বানে

ভৰা বাৰিষাৰ বানে                  খহাই নিলে গাঁও পাৰতে উচুপি কান্দে                দুখীয়াৰ ছাও ৷ ভৰা বাৰিষাতে, ভৰা বাৰিষাতে ৷৷ বানপানীয়ে

ভাষা ভৰা পৃথিৱীৰ

ভাষা ভৰা পৃথিৱীৰ      বিদ্রোহী কথা গীত           কাণ পাতি শুনিবৰ শকতি নাই ৷ গুমৰি গুমৰি থকা    জীৱনৰ ভাৰৰাশি

ভালকে পুনৰ চোঁৱা এবাৰ

(কেতিয়াবা প্রেয়সীয়ে প্রিয়জনক সোঁৱৰাই দিবলগীয়া হয় এই বুলি- মোৰ দুচকুত চকু ৰাখি কোঁৱাচোন , মনৰ বীনা বাজিছেনে ? মনত পৰিছেনে

ভাবিছিলা তুমি হাত মেলিলেই

ভাবিছিলো তুমি হাত মেলিলেই  বিশাল আকাশ পাবা; হয়তো তুমি পোৱা নোপোৱাৰ দোমোজাত পৰি ৰ’বা ৷                    পায়ো হেৰুওৱাৰ অনুভুতিখিনি                                  

 
Scroll to Top