, লোকগীত

অ’ মোৰ গুৰুদেউ

( সুধাকন্ঠৰ কণ্ঠত “উল্টা-পুৰাণ”) অ’ মোৰ গুৰুদেউ, ই কথা পতিয়াব কোনেমোৰ গুৰুদেউ, ই কথা পতিয়াব কোনে? এ হৰি এ, হালোৱাই […]

অলৌগুটি তলৌগুটি

অলৌগুটি তলৌগুটি কোন ক’ত লটি-ঘটি কচুপাতত লাই যি হাতে আঙঠি নাই সেই হাতে কেনেকৈ পায় … ঐ ৰাম সেই হাতে

অ’বোৱাৰী

অ’বোৱাৰীতামোল এখন খুন্দা লগত দিবা অলপ চূণ,অ’বোৱাৰীতামোল এখন খুন্দা লগত দিবা অলপ চূণ,হালোৱা নাহিলে পথাৰলৈ যাব কোন?হালোৱা নাহিলে পথাৰলৈ যাব

অ’ মোৰ মৰমৰ নতুন পুৰুষ

অ’ মোৰ মৰমৰ নতুন পুৰুষঅ’ মোৰ মৰমৰ নতুন পুৰুষযদি নোপোৱাখিনিক বিচাৰিলেইযদি নোপোৱাখিনিক বিচাৰিলেইবিপ্লব হয়তুমি থমকি নৰবাতুমি থমকি নৰবাঅ’ মোৰ মৰমৰ

অলীয়া বলীয়া

অলীয়া বলীয়া কৄষ্ণাই কলীয়াভাল গকুলৰলীলা খেলিছিলাঅলীয়াবলীয়া কৄষ্ণাই কলীয়াভাল গকুলৰলীলা খেলিছিলালীলা খেলিখেলি কতে ময়াপী হলা অ কলীয়াভাল গকুলৰলীলা খেলিছিলাঅলীয়াবলীয়া কৄষ্ণাই কলীয়াভাল

অ’ ম‍ইনা কেতিয়া আহিলি ত‍ই

অ’ ম‍ইনা কেতিয়া আহিলি ত‍ইঅহাৰে লগতেবননিৰ মাজতে ফুলেবনৰীয়া জাঁই |মলয়া বতাহোলগতে আনিলিগানো শাঁতেপৰি যায়শুৱলা গীতএটি গায় |আজলী হৰিণীঅতিকৈ শুৱনিনিজৰাৰে পানী

অঞ্জলি

অঞ্জলি…..(আ .. আলাপ)অঞ্জলি ..নিজকে বিলাইপাবা নে..আনৰ মুখৰ হাঁহি..অঞ্জলি ..নিজকে বিলাইপাবা নে..আনৰ মুখৰ হাঁহি..অঞ্জলি ! ..যি বিচাৰি পালা…সি যে নৰ’ল আৰু….পাই

অসীমৰ সিপাৰতে

অসীমৰ সিপাৰতেমহাজলধিৰ শেষতেজ্যোতি এন্ধাৰৰ মাজতেদুটি কন্ঠৰ কথা শুলো ৰিণিকিৰিণিকি অহা…এটি হ’ল উষাআনটি ক’লীয়া নিশানিশাই পিন্ধিছে জোনবিৰি কেৰুমণিহেজাৰ তৰাই ফুল বাচি

 
Scroll to Top