অ

অ, লোকগীত

অ’ মোৰ গুৰুদেউ

( সুধাকন্ঠৰ কণ্ঠত “উল্টা-পুৰাণ”) অ’ মোৰ গুৰুদেউ, ই কথা পতিয়াব কোনেমোৰ গুৰুদেউ, ই কথা পতিয়াব কোনে? এ হৰি এ, হালোৱাই

অ

অলৌগুটি তলৌগুটি

অলৌগুটি তলৌগুটি কোন ক’ত লটি-ঘটি কচুপাতত লাই যি হাতে আঙঠি নাই সেই হাতে কেনেকৈ পায় … ঐ ৰাম সেই হাতে

অ

অ’বোৱাৰী

অ’বোৱাৰীতামোল এখন খুন্দা লগত দিবা অলপ চূণ,অ’বোৱাৰীতামোল এখন খুন্দা লগত দিবা অলপ চূণ,হালোৱা নাহিলে পথাৰলৈ যাব কোন?হালোৱা নাহিলে পথাৰলৈ যাব

অ

অ’ মোৰ মৰমৰ নতুন পুৰুষ

অ’ মোৰ মৰমৰ নতুন পুৰুষঅ’ মোৰ মৰমৰ নতুন পুৰুষযদি নোপোৱাখিনিক বিচাৰিলেইযদি নোপোৱাখিনিক বিচাৰিলেইবিপ্লব হয়তুমি থমকি নৰবাতুমি থমকি নৰবাঅ’ মোৰ মৰমৰ

অ

অলীয়া বলীয়া

অলীয়া বলীয়া কৄষ্ণাই কলীয়াভাল গকুলৰলীলা খেলিছিলাঅলীয়াবলীয়া কৄষ্ণাই কলীয়াভাল গকুলৰলীলা খেলিছিলালীলা খেলিখেলি কতে ময়াপী হলা অ কলীয়াভাল গকুলৰলীলা খেলিছিলাঅলীয়াবলীয়া কৄষ্ণাই কলীয়াভাল

অ

অ’ ম‍ইনা কেতিয়া আহিলি ত‍ই

অ’ ম‍ইনা কেতিয়া আহিলি ত‍ইঅহাৰে লগতেবননিৰ মাজতে ফুলেবনৰীয়া জাঁই |মলয়া বতাহোলগতে আনিলিগানো শাঁতেপৰি যায়শুৱলা গীতএটি গায় |আজলী হৰিণীঅতিকৈ শুৱনিনিজৰাৰে পানী

অ

অঞ্জলি

অঞ্জলি…..(আ .. আলাপ)অঞ্জলি ..নিজকে বিলাইপাবা নে..আনৰ মুখৰ হাঁহি..অঞ্জলি ..নিজকে বিলাইপাবা নে..আনৰ মুখৰ হাঁহি..অঞ্জলি ! ..যি বিচাৰি পালা…সি যে নৰ’ল আৰু….পাই

অ

অসীমৰ সিপাৰতে

অসীমৰ সিপাৰতেমহাজলধিৰ শেষতেজ্যোতি এন্ধাৰৰ মাজতেদুটি কন্ঠৰ কথা শুলো ৰিণিকিৰিণিকি অহা…এটি হ’ল উষাআনটি ক’লীয়া নিশানিশাই পিন্ধিছে জোনবিৰি কেৰুমণিহেজাৰ তৰাই ফুল বাচি

 
Scroll to Top