আৰে  গেইলে কি আসিবেন

আৰে  গেইলে কি আসিবেন মোৰ মাহুত বন্ধু  ৰে … হস্থীৰ নড়াণ, হস্থীৰ চড়াণ,  হস্থীৰ গলায় দড়ী অহৰে  সত্য কৰিয়া ক’নৰে     কোন বা  দেশে বাড়ী ৰে …

আই তোক কিহেৰে পূজিমে

আই তোক কিহেৰে পূজিমে আই তোৰ চৰণে দুখানি আই অ’ কিহেৰে পূজিমে তোক আই অ’ জীৱন দি পূজিমে তোক আই তোৰ মৰমী

, বাংলা

আমি এক যাযাবর

আমি এক যাযাবর।আমি এক যাযাবর।পৃথিবী আমাকে আপন করেছে, ভুলেছি নিজের ঘর।আমি এক যাযাবর।আমি এক যাযাবর।আমি গঙ্গার থেকে মিসিসিপি হয়ে ভল্গার

আৰক্ষী বাহিনীৰে

আৰক্ষী বাহিনীৰে কু-শাসন ৰক্ষাকিছু দিনহে কৰিব পাৰি !নৱ নৱ পুৰুষৰ নোপোৱাৰ প্ৰকাশকভৰিৰে মোহাৰিব নোৱাৰি।। আজিৰ সমস্যাই ভবাই তুলিবইআজিৰ শিক্ষাৰ্থীক(তাকে) শান্তিৰে

আহুধান দাবলৈ

প্ৰথম ডেকা :- আহুধান দাবলৈ    লাগে কেতেবেলি    বাওধান দাবলৈ টান,    দ্বিতীয় ডেকা :-   অঁʼ টান   প্ৰথম ডেকা :-  আমাৰে

আশ্বিন মাসে দূৰ্গা পূজা

পুৰুষ :- আশ্বিন মাসে দুৰ্গা পূজাঢাকেৰ কেমন গুড় গুড়িতাৰেই মাঝে ঝিলমিল কৰেমোৰ প্ৰাণেৰ সুন্দৰী। লাল শাড়ী পিন্ধি নাচেমাদল ঝুমুৰ বাজানানাকে

আলফুলীয়া কুমলীয়া

আলফুলীয়া কুমলীয়া চেনেহৰ অকণি বীৰঅʼ মোৰ চেনেহৰ অকণি বীৰ ।তোমাৰ দেশৰ বীৰ লাচিতেশতৰু কৰি ছিৰাছিৰসুজলা সুফলা পূব ভাৰতীৰউজলাই ৰাখিলে শিৰ।ভাৰতে

আমি ভাইটি ভনটি

আমি ভাইটি ভনটিনাই দেখোন গণটিইম্মান সোপা আমি আছোঁকিমান যে ফূৰ্তি। অʼ ডিফুৰে ভণ্টি আৰু শদিয়াৰে ভাইটিকোকৰাঝাৰৰ ৰাভাৰ সʼতে লোহিতমুখৰ কণটিইম্মান

 
Scroll to Top