আমি ভাইটি ভনটি
আমি ভাইটি ভনটিনাই দেখোন গণটিইম্মান সোপা আমি আছোঁকিমান যে ফূৰ্তি। অʼ ডিফুৰে ভণ্টি আৰু শদিয়াৰে ভাইটিকোকৰাঝাৰৰ ৰাভাৰ সʼতে লোহিতমুখৰ কণটিইম্মান […]
আমি ভাইটি ভনটিনাই দেখোন গণটিইম্মান সোপা আমি আছোঁকিমান যে ফূৰ্তি। অʼ ডিফুৰে ভণ্টি আৰু শদিয়াৰে ভাইটিকোকৰাঝাৰৰ ৰাভাৰ সʼতে লোহিতমুখৰ কণটিইম্মান […]
আমি নহওঁ মাথোঁ ক্ৰন্দনৰতগঢ়িম শক্তি সন্মিলিতমানুহে মানুহে মিলিমহাঅজগৰৰূপীমহাবান্ধ সাজি সাজিপানীৰ ঔদ্ধত্যকচূৰ্ণ কৰিম। পাগলী পাগলীদেওধনীজনীৰউলঙ্গ নৃত্যক সভ্য কৰিমবিজ্ঞানেৰে দুৰ্ব্বাৰ গতিকশক্তিত পৰিণত
কথাঃ- (সাহিত্য সম্ৰাট বেজবৰুৱাদেৱে কৈছিল, ‘আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হম?’ সঁচা, পিছে) গীতঃ ‘আমি অসমীয়া নহওঁ দুখীয়া’বুলি সান্ত্বনা
আমাৰে মইনা শুইছেবাৰীতে বগৰী ৰুইছেবাৰীৰে বগৰী পকি সৰা নাইতৰু-তৃণ ধুমুহাই ভাঙিছে।। নেলাগে মোক সোণৰ চপৰালুভীয়াই নিব তাক হৰিদুখীয়াক যি ফেৰা
আমাৰে ভনটি শুব এʼসপোনৰ দেশলৈ যাব এʼশুকুলা ৰঙৰে মিঠাকৈ সপোনকদিঠকৰ ৰূপকে দিব। আমাৰে ভন্টি মহিলা হʼবআৰোগ্য নিকেতন গঢ়িববিজ্ঞানেৰে ৰুগীয়াজনকেসুঠাম তেজাল
(আনক আনন্দ দিওতেবহু শিল্পীয়ে নিজকতিল তিলকৈ মাৰেতাৰ উল্লেখ জানো মোৰ গীতত নেথাকিব ।)আনৰ কাৰণেজীৱন-শলিতাকিমান জ্বলাবা আৰুআৰু কিমান বাকী আছে ?
আতঙ্ক ঘোৰ আতঙ্কআতঙ্কবাদ হুঁচিয়াৰসূৰ্য্যলোকত উজলিছেশান্তি সমাহাৰ।। অজস্ৰ জীৱন হ’ল যে নিধনকত বোৱাৰীয়ে হেৰুৱালে স্বজনযুগ যুগ ধৰি আমি আক্ৰান্ততথাপি নহওঁ আমি
কথা :- মহা মিলনৰ তীৰ্থ এই ব্রহ্মপুত্রআজি বহ্নিমান কিয়? আজি ব্রহ্মপুত্র হ’ল বহ্নিমান ! মনৰ দিগন্তত ধোঁৱা উৰে,আকাশত পপীয়া তৰা ঘূৰেপদে পদে
আজি বতৰ গাভৰু হʼল, প্ৰকৃতি নেথাকে শুইআগেয়ে নেজানোএতিয়া জানিলোঁ শৰীৰত একুৰা জুই । গা সিৰেসিৰায়, বুকু ধপেধপায়মন হʼল বোঁৱতী নৈ
আজি জীৱনৰ বাটচ’ৰাতঅস্ত ৰ’দৰ ৰেঙণিপাহৰণিৰ মেঘৰ মাজেৰেসোঁৱৰণি সোণালী। ৰ’দ জলমল দিনৰে শেষতচকা যে পাটত বহিবইজীৱনৰ এই যাত্ৰাপথতজিৰণিৰ বেলা আহিবই,এয়েতো নিয়ম