আৰে গেইলে কি আসিবেন মোৰ মাহুত বন্ধু ৰে …
হস্থীৰ নড়াণ, হস্থীৰ চড়াণ, হস্থীৰ গলায় দড়ী
অহৰে সত্য কৰিয়া ক’নৰে
কোন বা দেশে বাড়ী ৰে …
আৰে গেইলে কি আসিবেন মোৰ মাহুত বন্ধু ৰে ..
হস্থীৰ নড়াণ, হস্থীৰ চড়াণ, হস্থীৰ পায়ে দড়ী
অহৰে . সত্য কৰিয়া কইলাং কথা
.. গৌউৰি পুৰে বাড়ী ৰে ..
গেইলে কি আসিবেন মোৰ মাহুত বন্ধু ৰে ..
তোমৰা গেইলে কি আসিবেন মোৰ মাহুত বন্ধু ৰে .
তোমৰা গেইলে কি আসিবেন মোৰ মাহুত বন্ধু ৰে ..
খটু খুটু মাহুত ৰে তোৰ গালে চাপা দাড়ি …
অহৰে সত্য কৰিয়া ক’নৰে মাহুত
ঘৰে এই এই কই জন নাৰী ৰে ….
গেইলে কি আসিবেন মোৰ মাহুত বন্ধু ৰে .
তোমৰা গেইলে কি আসিবেন মোৰ মাহুত বন্ধু ৰে ..
হস্থীৰ নড়াণ, হস্থীৰ চড়াণ, চম্পা নদীৰ পাৰে অহৰে .
সত্য কৰিয়া কইলাম তোমাক বিয়াই আও নাই হয় মোৰে ৰে
গেইলে কি আসিবেন মোৰ মাহুত বন্ধু ৰে .
তোমৰা গেইলে কি আসিবেন মোৰ মাহুত বন্ধু ৰে…
তোমৰা গেইলে কি আসিবেন মোৰ মাহুত বন্ধু ৰ…
গেইলেলেলেলে … কি আসিবেনননননন …
অ অ অ অ অ মোৰৰ মাহুত বন্ধু ৰে ,
তোমৰা গেইলে কি আসিবেন মোৰ মাহুত বন্ধু ৰে
তোমৰা গেইলে কি আসিবেন মোৰ মাহুত বন্ধু ৰে