অ’ গুৰু মোৰ শংকৰ

কন্ঠ: ভূপেন হাজৰিকা‌ আৰু হাচিনা হাজৰিকাগীতৰ কথা: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা অ’…অ’….গুৰু মোৰ শংকৰ…তৰিবৰে কিনো উপায়… অ’…অ’….গুৰু মোৰ শংকৰ…তৰিবৰে কিনো উপায়… […]

অ’ সিপাৰৰ বান্ধ,

পথিক :অ’ বান্ধ ….অ’ সিপাৰৰ বান্ধ,শু… না ..এন্ধাৰ ইটো পাৰ …কাল ধুমুহাইঢাকে আকাশকৰাঁচোন সিপাৰকৰাঁচোন সিপাৰ ৷নাৱৰীয়া:মেঘ বৰষুণ নেউচি মইতোমাক কৰিম

অ’ মোৰ প্রিয় জনগণ

অ’ মোৰ প্রিয় জনগণমই গাওঁ তোমাৰেই গানঅ’ মোৰ প্রিয় জনগণমই গাওঁ তোমাৰেই গানকন্ঠ মোৰ আছে য’তদিনকথা দিলোঁ মই ত’তদিনকন্ঠ মোৰ

অ’ তই অবুজ মন

অ’ তই অবুজ মনচেনেহৰ বাটনিচিনিলিসঁচা বাট বিচাৰিযাওঁতে চাবি যেননপৰ অবাটে পিছলি !অ’ তই অবুজ মনচেনেহৰ বাটনিচিনিলিসঁচা বাট বিচাৰিযাওঁতে চাবি যেননপৰ

অ’ কাজল বৰণ কন্যা

অ’ কাজল বৰণ কন্যাতোমাৰ নাই তুলনাএই ৰূপৰ বন্যা দেখিহ’লোঁ মই উন্মনা।মেঘ বৰণ তোমাৰ চুলিতলহৰ খেলি যায়মোৰ যে হিয়াত এই লহৰেপুলক

অস্ত আকাশৰে

অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়। কোন সুন্দৰৰে শিল্পীয়ে পদুম ফুলৰ

অৰুণ কিৰণ শিৰৰ ভূষণ

অৰুণ কিৰণ শিৰৰ ভূষণগলে হিমৰ ঢল,পুৱাৰ সূৰুযে চুমা খোৱা দেশআমাৰ অৰুণাচল। কামেং চিয়াং লোহিত আৰুটিৰাপ সোৱণশিৰীচিৰ জ্যোতিৰ কুসুম ৰূপেশোভে হিমগিৰি

অহো হো মহʼ অʼ

অহো হো মহো হো  দেশৰ হকে মৰোঁ অʼকিঞ্চিতো নাই ভয় নাই,ওলালোঁ মুক্তি-পথ যাত্ৰী, হেʼ হেʼ।। ৰংঘৰ ৰংঘৰ তেজী ৰঙা ৰংঘৰআজি

 
Scroll to Top