Author name: Admin 1

অ’ ম‍ইনা কেতিয়া আহিলি ত‍ই

অ’ ম‍ইনা কেতিয়া আহিলি ত‍ইঅহাৰে লগতেবননিৰ মাজতে ফুলেবনৰীয়া জাঁই |মলয়া বতাহোলগতে আনিলিগানো শাঁতেপৰি যায়শুৱলা গীতএটি গায় |আজলী হৰিণীঅতিকৈ শুৱনিনিজৰাৰে পানী […]

অঞ্জলি

অঞ্জলি…..(আ .. আলাপ)অঞ্জলি ..নিজকে বিলাইপাবা নে..আনৰ মুখৰ হাঁহি..অঞ্জলি ..নিজকে বিলাইপাবা নে..আনৰ মুখৰ হাঁহি..অঞ্জলি ! ..যি বিচাৰি পালা…সি যে নৰ’ল আৰু….পাই

অসীমৰ সিপাৰতে

অসীমৰ সিপাৰতেমহাজলধিৰ শেষতেজ্যোতি এন্ধাৰৰ মাজতেদুটি কন্ঠৰ কথা শুলো ৰিণিকিৰিণিকি অহা…এটি হ’ল উষাআনটি ক’লীয়া নিশানিশাই পিন্ধিছে জোনবিৰি কেৰুমণিহেজাৰ তৰাই ফুল বাচি

অসম আমাৰ জননী

অসম আমাৰ জননীআমি তৰুন সেনানী ..অসম আমাৰ জননীআমি তৰুন সেনানী ..নতুন দিনৰ প্রতিশ্রুতিৰেনতুন দিনৰ প্রতিশ্রুতিৰেআমি গণমুক্তি বাহিনী !আমি গণমুক্তি বাহিনী,অসম

অ’ অসমীয়া ডেকা দল

সমস্বৰে:          অ’ অসমীয়া ডেকা দল                         অ’ অসমীয়া ডেকা দল                         অ’ অসমীয়া ডেকা দল                         অ’ অসমীয়া ডেকা দল

অ’ গুৰু মোৰ শংকৰ

কন্ঠ: ভূপেন হাজৰিকা‌ আৰু হাচিনা হাজৰিকাগীতৰ কথা: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা অ’…অ’….গুৰু মোৰ শংকৰ…তৰিবৰে কিনো উপায়… অ’…অ’….গুৰু মোৰ শংকৰ…তৰিবৰে কিনো উপায়…

অ’ সিপাৰৰ বান্ধ,

পথিক :অ’ বান্ধ ….অ’ সিপাৰৰ বান্ধ,শু… না ..এন্ধাৰ ইটো পাৰ …কাল ধুমুহাইঢাকে আকাশকৰাঁচোন সিপাৰকৰাঁচোন সিপাৰ ৷নাৱৰীয়া:মেঘ বৰষুণ নেউচি মইতোমাক কৰিম

অ’ মোৰ প্রিয় জনগণ

অ’ মোৰ প্রিয় জনগণমই গাওঁ তোমাৰেই গানঅ’ মোৰ প্রিয় জনগণমই গাওঁ তোমাৰেই গানকন্ঠ মোৰ আছে য’তদিনকথা দিলোঁ মই ত’তদিনকন্ঠ মোৰ

অ’ তই অবুজ মন

অ’ তই অবুজ মনচেনেহৰ বাটনিচিনিলিসঁচা বাট বিচাৰিযাওঁতে চাবি যেননপৰ অবাটে পিছলি !অ’ তই অবুজ মনচেনেহৰ বাটনিচিনিলিসঁচা বাট বিচাৰিযাওঁতে চাবি যেননপৰ

 
Scroll to Top