কাজিৰঙা
কাজিৰঙা, কাজিৰঙাকাজিৰঙা ভয়াবহ নহয়নহয় ই অভয়াৰণ্যইয়াতকৈও ভয়াবহ জানাপৃথিৱীৰ জনঅৰণ্য। অৰণ্যই যুগে যুগে জন্ম দিলেসাধনাব্ৰতী ঋষি-মুনিকত শত জ্ঞানৰ আদৰ্শ দিলেদিলে কত […]
কাকিনী তামোলৰ শুৱনিকৈ পাণ,পদুলিমুখতে আছাঁ মাইজান,তুমি হাঁহি দিলাঁ, আমি হাঁহি দিলোঁসেই হাঁহিৰ খলকনিতএজাক শৰালি হাঁহ উৰি গʼলগৈ।। তামোল সজোৱা, চেনেহ
কাকনো সুঁৱৰি কিনো বিচাৰিখাৱ তই হাবাথুৰি।ৰৈ ৰৈ হেৰʼ হুমুনিয়া কাঢ়বুকু উঠে গুমৰি গুমৰি।। কাৰ অভিশাপে কি অনুতাপেমন উঠে শোকেৰে ভৰিকাক
কঁহুৱা কোমল উশাহ মোৰবন্ধ হʼব খুজিছে,বন্ধ আকাশ গলি গলিহেবন্দিনী ৰূপে আহিছে।। উশাহ কিহৰমিঠা মৰমৰআকাশ কিহৰমিঠা প্ৰণয়ৰব্যাখ্যা কৰাৰ চেষ্টা মিঠাপিছে দুটি
‘কলিৰ কৃষ্ণ’ বুলি নোজোকাবা‘কৃষ্ণ’ ‘কৃষ্ণ’ বুলি নোজোকাবা মোকমইতো তোমাক আজি মতা নাই ৰাধা বুলি ।“কলিৰ কৃষ্ণ’ বুলি নোজোকোবা মোক ‘কলিৰ কৃষ্ণ’
কুলিটোৱে বাৰে বাৰে কান্দেতাঁতশালত শিপিনী থৰ লাগেঘনেপতি ৰাঁচ নচলেদোৰপতি মাকো থমকেমাধৈমালতি ফুলিও নুফুলেঢেঁকী থমকি ৰয়মঘাই ওজা নাই। গোনা ম’হৰ যুঁজ
কপিলী কপিলীৰাংঢালী ছোৱালীমহিমা বুজাকে টান ।কপিলী কপিলীতই হৈ বাউলীবাৰিষাত মাৰিলি ধান ।। কপিলী কপিলী, গাভৰু ছোৱালীচঞ্চলা নাই তোৰ মান ।কপিলী
অৰুণ কিৰণ শিৰৰ ভূষণগলে হিমৰ ঢল,পুৱাৰ সূৰুযে চুমা খোৱা দেশআমাৰ অৰুণাচল। কামেং চিয়াং লোহিত আৰুটিৰাপ সোৱণশিৰীচিৰ জ্যোতিৰ কুসুম ৰূপেশোভে হিমগিৰি
অহো হো মহো হো দেশৰ হকে মৰোঁ অʼকিঞ্চিতো নাই ভয় নাই,ওলালোঁ মুক্তি-পথ যাত্ৰী, হেʼ হেʼ।। ৰংঘৰ ৰংঘৰ তেজী ৰঙা ৰংঘৰআজি