Author name: admin1

অ

অসমী আইৰে লালিতা-পালিতা

(অসমত এনে কন্যা বহুতো আছে – যাৰ মাতৃভাষা হয়তো অসমীয়া  নহয় । অথচ ইয়াতে জনম লৈ, অসমী আইৰ কোলাতে লালিতা-পালিতা

অ

অসম দেশৰ বাগিচাৰে

অসম দেশৰ বাগিচাৰে ছোৱালীঝুমুৰ-টুমুৰ নাচি কৰোঁ ধেমালি;হেʼ লছমী নহয় মোৰে নাম – চামেলি ।। শিৰীষ তলে ধৰ্‌বি পাহি,পাতা লম্বা পাবি

অ

অলিয়া বলিয়া মন

অলিয়া-বলিয়া মন মোৰঅলিয়া বলিয়া মনসুন্দৰ সৃষ্টিকাৰী মই অসুন্দৰহাৰীনতুনতা মোৰ পণ। শুৱনী ধৰণী সজাওঁ পৰাওঁতুমিয়ে দিয়া তাৰ প্ৰাণ  সাত ৰহণৰ ৰামধেনু

অ

অয়, অয় আকাশ শুব

অয়, অয় আকাশ শুবঅয় অয় বতাহ শুবদিগন্ততে হাঁহাকাৰ হʼব। সময় যেন স্তব্ধ হয়, হয়ভীত হয়, হয়চকুলো শিল হʼবঅয় অয় সময়

অ

অপৰূপা, অপৰূপা

(কণ্ঠ – Usha Mangeshkar) অপৰূপা ! অপৰূপা !!  অসীমৰ নীল-নভততুমি এক বিন্দু অনন্ত।। অপৰূপাতুমি মুক্তা, তুমি মুক্তাঅনুভৱ জানো তুমি কৰা

অ

অনামিকা বিদায়

 (অনুবাদ গীত : মূল ৰচনা -শিৱদাস বেনাৰ্জী) অনামিকা বিদায়, তোমাক জনাওঁ বিদায়,মিঠা সপোনৰ বিলাস ঘৰ,তোমাক লৈয়েই গঢ়াৰ সময় যে নাই,অনামিকা বিদায়,

অ

অতীতৰ বুৰঞ্জী লিখকে

অতীতৰ বুৰঞ্জী লিখকে লিখিছিলৰজা-মহাৰজাৰ কথা।আজিৰ বুৰঞ্জী লিখকে লিখিছেমানুহৰ মুকুতিৰ কথা। মিছৰ দেশৰেনীল নৈৰ পাৰৰেফাল্লাহীনে বিনালেকৈ কৃষকৰ বুকুৰে বেথা। মিছিছিপিৰ পাৰতে কপাহৰে খেতিতেনীগ্ৰো

অ

অতিকৈ চেনেহৰ বহলকৈ পৃথিৱী

অতিকৈ চেনেহৰ বহলকৈ পৃথিৱীতাতোকৈ চেনেহৰ ভাই,তাতোকৈ চেনেহৰ ভল্গাৰ বান্ধৈ ঐআনন্দৰে সীমা নাই। ৰুছ দলৰ কি ক্ষিপ্ৰতা চাব,কি কৌশল চাব?সমাজৰে পথাৰতেকিনো

অ

অট’ৰিক্সা চলাও

ভায়েক : অট’ৰিক্সা চলাওঁআমি দুয়ো ভাইগুৱাহাটী কৰি গুলজাৰককায়েক : বি‍-ই ফেইল ম‍ইসৰু ভাই এম এ পাছদুয়ো : বেংকত বহুতো ধাৰবেংকত

অ

অগ্নিযুগৰ ফিৰিঙতি

অগ্নিযুগৰ ফিৰিঙতি মইনতুন অসম গঢ়িম।সৰ্ব্বহাৰাৰ সৰ্ব্বস্ব পুনৰ ফিৰাই আনিমনতুন অসম গঢ়িম। নৰ-কঙ্কালৰ অস্ত্ৰ সাজিশোষণকাৰীক বধিম।সৰ্ব্বহাৰাৰ সৰ্ব্বস্ব পুনৰ ফিৰাই আনিম। নতুন

 
Scroll to Top