ক

ক, লোকগীত

কানাই পাৰ কৰা হে

অ’ কানাই পাৰ কৰা হে বেলিৰ পৰিল ছায়া,নষ্ট হৈল দুধেৰ ভাণ্ডাৰ বাজাৰ গৈল বইয়া। কাঠৰে দেশতে থাকা অ’ কাঠৰ কিবা

ক

কাহিনী এটি লিখাঁ

কাহিনী এটি লিখাঁ সেৱাৰ বিষয়েকৈছিলোঁ বহু বহু বাৰ বন্ধু লিখক, তুমি নুশুনিলা দেখুৱালা মাথোঁ অহঙ্কাৰ। সঁচা নায়ক বিচাৰি বিচাৰিতাহানি যে

ক, স

সৌ কাজল কাজল মেঘ

সৌ কাজল কাজল মেঘ সৌ কাজল কাজল মেঘ যি জুৰিত দাপোণ চাই, সৌ কাজল কাজল মেঘ যি জুৰিত দাপোণ চাই,

ক

কুঁৱলী, কি ৰগৰ কৰিলি

কুঁৱলী কুঁৱলী কি ৰগৰ কৰিলি?অতীতৰ কাৰোবাৰ নূপুৰ শুনিলি । পাহৰণি কুঁৱলীনিৰৱ সিপাৰেপৰি আছোএকাধিক শতাব্দী ধৰি,পৰি আছো। কুঁৱলী কুঁৱলী কি সপোন ভাঙিলিঅতীতৰ

ক

কৰ্মই আমাৰ ধৰ্ম

কৰ্মই আমাৰ ধৰ্মকৰ্মই আমাৰ ধৰ্মআমি জীৱন-যুঁজত জিকিব লাগিবপিন্ধি সাহসৰ বৰ্ম। স্বাৰ্থপৰৰ লোলুপ আশা,আমি কৰিম খৰ্বমহামানৱৰ বাণী শিৰে লৈনাশিম যুঁজৰ গৰ্ব।

ক

কʼৰবাত যদি সৰগ আছে

ভূঃ হাঃ — কথা :-  কʼৰবাত যদি সৰগ আছেতেনে এইয়ে সৰগহামি হাস্তহামি হাস্তঅনুৰাধা :– সৰগ নামিছেভূঃ হাঃ — ভূস্বৰ্গতকোন বেলি

ক

কোন এই ললনা

কোন এই ললনামাথোঁ কৰে ছলনাধৰা দেখোঁ দিযা নাই,দিযা নাই,দিযা নাই। চাই অতীতৰ কোনো ছায়ানে বৰ্তমানৰ কায়ানে অনাগত ভৱিষ্যতসাঁথৰ ভৰা মায়াবুজা

 
Scroll to Top