কপিলী কপিলী
কপিলী কপিলীৰাংঢালী ছোৱালীমহিমা বুজাকে টান ।কপিলী কপিলীতই হৈ বাউলীবাৰিষাত মাৰিলি ধান ।। কপিলী কপিলী, গাভৰু ছোৱালীচঞ্চলা নাই তোৰ মান ।কপিলী […]
কপিলী কপিলীৰাংঢালী ছোৱালীমহিমা বুজাকে টান ।কপিলী কপিলীতই হৈ বাউলীবাৰিষাত মাৰিলি ধান ।। কপিলী কপিলী, গাভৰু ছোৱালীচঞ্চলা নাই তোৰ মান ।কপিলী […]
মহিলাঃ হায় হায় হায়দুয়োঃ কঁপি উঠে কিয় তাজমহল ? পুৱতি নিশাৰ আজানৰ সʼতে আজানপুৰুষঃ যমুনাত তুলি শত-ধুমুহাৰ কোলাহল তাজমহল! তাজমহল!!
কত জোৱানৰ মৃত্যু হ’লকাৰ জীৱন যৌৱন গ’লসেই মৃত্যু অপৰাজেয়তেনে মৃতক নহ’লোঁ মই কিয় ?কত জোৱানৰ মৃত্যু হ’ল । হেনো হিমালয়