Author name: admin1

ক

কি মায়া জৰীৰে বান্ধিলা

কি মায়া জৰীৰে বান্ধিলা গোঁসাই ঐহেৰালে চেতনা গাৰমৰিচিকা খেদি ভাগৰি পৰিছোঁএকোৰে পোৱা নাই পাৰ। সমাজখন ভুৱাৰে ভৰি গ’লমানুহে মানুহক নিচিনা

ক

কি বিচাৰি ওৰে জীৱন

কি বিচাৰি ওৰে জীৱন কেনি আগুৱালোবহু ধনৰ মোহত পৰি মূলো হেৰুৱালো ।যাবৰ পৰত হাঁহি হাঁহি এন্ধাৰলৈ গʼলোঅতি লোভত পৰি আজি

ক

কি পালি

কি পালিকি পালিএকোতো নেপালিউৰিলি তই যিমানএটুকুৰা জোনএটুকুৰা সোণসোণৰনো দাম কিমান? কোটি কোটিতৰাৰে জেউতিমহা আকাশৰে বক্ষতসিপাৰত ঘূৰেতই নজনাকৈআপোন আপোন কক্ষত।। কল্পনা

ক

কি কৰোঁ কি কৰোঁ

কি কৰোঁ, কি কৰোঁ উপায়কোৱা বাৰু কি উপায়ভালপোৱা নিষ্ঠুৰ দানৱধৰেহি সদায় বান্ধমই নিৰুপায়। বৰ পোৰণি আছে বান্ধ, ফেঁটী সাপৰ বিষততাৰো

ক

কাৰোবাৰ দুনয়ন সৰগত তৰা

কাৰোবাৰ দুনয়ন সৰগত তৰা যেন লাগেনেজানো মোৰ কি যে হʼল ! মৰমৰ সাগৰত সাঁতোৰাৰ হেপাহ জাগেকোন দেৱী বাউলী হʼল ।। জোনৰ

ক

কাৰ ঘৰৰ লখিমী

কাৰ ঘৰৰ লখিমী ঘৰলৈ উভতিছেকাৰ ঘৰ সজাই-পৰাই কোনে বাট চাইছে !কাৰ ঘৰত মেটমৰা কʼলা ধন বিজাৰিছেকাৰো ঘৰত অভাৱে জীৱন জোকাৰিছে।কাৰো

ক

কাৰ আকাশৰ

কাৰ আকাশৰ ৰামধেনুখনিকʼতে বা লুকায়কাৰ সপোনৰ ফুলনিখনিমৰহি শুকায়। জীৱনৰে লুইতত নাও মেলি দেআশাৰ তুলি লৈ পালএকোকে নেপালে পায়ো হেৰুৱালেনিচিগে মায়াৰে

ক

কাহিনী এটি লিখা

কাহিনী এটি লিখাঁ সেৱাৰ বিষয়েকৈছিলোঁ বহু বহু বাৰবন্ধু লিখক, তুমি নুশুনিলাঁদেখুৱালাঁ মাথোঁ অহংকাৰ ।। সঁচা নায়ক বিচাৰি বিচাৰিতাহানি যে আহিছিলা

ক

কালজয়ী মৃত্যুঞ্জয়ী

কাল জয়ী মৃত্যুঞ্জয়ী, কালজয়ী মণিৰামতোৰ মৃত্যুৱে আজি ঘৰে ঘৰে কৰেমুক্তি-যুঁজৰ আহ্বান।ই জ্যোতিৰ আঁকিব আল্পনা হʼব এন্ধাৰ অৱসান ।। অসমীৰ অতীতৰ ফিৰিঙতি

ক

কান্দিছনো কিয়

কান্দিছনো কিয় ? কান্দিছনো কিয় ?কান্দিছনো কিয় ?সংগ্ৰাম জীৱনৰ যদি এটি নামসংগ্ৰাম হওক তোৰ প্ৰিয়,দুহাতেৰে চকু দুটি ঢাকি ধৰি তইঅকলেই

 
Scroll to Top