Author name: admin1

ক

কুঁৱলী, কি ৰগৰ কৰিলি

কুঁৱলী কুঁৱলী কি ৰগৰ কৰিলি?অতীতৰ কাৰোবাৰ নূপুৰ শুনিলি । পাহৰণি কুঁৱলীনিৰৱ সিপাৰেপৰি আছোএকাধিক শতাব্দী ধৰি,পৰি আছো। কুঁৱলী কুঁৱলী কি সপোন ভাঙিলিঅতীতৰ

ক

কৰ্মই আমাৰ ধৰ্ম

কৰ্মই আমাৰ ধৰ্মকৰ্মই আমাৰ ধৰ্মআমি জীৱন-যুঁজত জিকিব লাগিবপিন্ধি সাহসৰ বৰ্ম। স্বাৰ্থপৰৰ লোলুপ আশা,আমি কৰিম খৰ্বমহামানৱৰ বাণী শিৰে লৈনাশিম যুঁজৰ গৰ্ব।

ক

কʼৰবাত যদি সৰগ আছে

ভূঃ হাঃ — কথা :-  কʼৰবাত যদি সৰগ আছেতেনে এইয়ে সৰগহামি হাস্তহামি হাস্তঅনুৰাধা :– সৰগ নামিছেভূঃ হাঃ — ভূস্বৰ্গতকোন বেলি

ক

কোন এই ললনা

কোন এই ললনামাথোঁ কৰে ছলনাধৰা দেখোঁ দিযা নাই,দিযা নাই,দিযা নাই। চাই অতীতৰ কোনো ছায়ানে বৰ্তমানৰ কায়ানে অনাগত ভৱিষ্যতসাঁথৰ ভৰা মায়াবুজা

ক

কিনো কপাল

কিনো কপাল সাধি আহিলি বান্ধঘৰ মৰিশালি হʼল।আপোন হাতেৰে ফুলনি পাতিলিথিতাতে মৰহি গল হেʼ।। আকাশৰ মনেৰে জোনক সাবটিলিজোনৰ নুবুজিলি ছল।জোনও লুকালে

ক

কিছু দিন আগতে পুৱতি নিশাতে

কিছু দিন আগতে পুৱতি নিশাতেসপোন এটি দেখিছিলোৰাজপথে ৰাজপথে বিজুলী খুঁটিতওলমা মৃতদেহ দেখিছিলো । সুধিলো: এয়া কাৰ মৃতদেহ ?কʼলে : ইহঁত চোৰাংবজাৰী,ঘটিছিল

ক

কি যে তোমাৰ সংগ প্ৰিয়া

কি যে তোমাৰ সংগ প্ৰিয়ামিঠা তোমাৰ সংগ,তোমাৰ অংগ জ্বলন্ত জুইমই যে পতংগ । জীৱনৰ ৰস যিমানতৃষ্ণাও বাঢ়ে সিমানএই নিশা নেলাগে

 
Scroll to Top