স

স

সময়ৰ গাত আজি

সময়ৰ গাত আজি গনতান্ত্ৰিক তেজৰ কলঙ্ক উদাৰ আকাশো আজি হিংসাৰ ধোঁৱাৰে পৰিপূৰ্ণ শুনো এইখন মানুহৰ দেশ, মানৱী বেশেৰে দানৱী মনেৰে

ক, স

সৌ কাজল কাজল মেঘ

সৌ কাজল কাজল মেঘ সৌ কাজল কাজল মেঘ যি জুৰিত দাপোণ চাই, সৌ কাজল কাজল মেঘ যি জুৰিত দাপোণ চাই,

স

স্নেহে আমাৰ শত শ্ৰাৱনৰ

স্নেহে আমাৰ শত শ্ৰাৱনৰধাৰাসাৰ বৃষ্টিৰ প্লাৱন আনেযৌৱন-বাসনাৰ ৰিক্তোপকূলপূৰ্ণ কৰে উন্মত্ত বানে । নিৰ্জ্জন স্তব্ধ তিমিৰৰ পাৰ ভাঙিউচ্ছল জীৱনৰ জোৱাৰ আনেঅপৰূপ

স

সুৰাত মগন ভয়াল ৰাতি

সুৰাত মগন ভয়াল ৰাতিমৌন কোলাহল,মই যেন এক ৰʼদৰ বিলাপশব্দৰ সমদল।চন্দ্ৰ তৰাক থাপ মাৰি আনিথেকেচি পেলাবৰ হʼল,সূৰ্যমুখীয়ে সজাব কাহানিবেথাৰ সমাধি তল।নিয়ম

স

সূৰ্য উদয় যদি লক্ষ্য আমাৰ

সূৰ্য উদয় যদি লক্ষ্য আমাৰসূৰ্যাস্তৰ পিনে ধাৱমান কিয়?শীতল বৃষ্টি যদি কাম্য আমাৰঅনাবৃষ্টি খেদি ফুৰিছোঁ কিয়?কেতিয়াবা দেউতাৰ চকু দুটা পোৰেবুঢ়ী আয়ে

স

সুৰ নগৰীৰ সুৰৰ কুমাৰে

সুৰ নগৰীৰ সুৰৰ কুমাৰেসপোন সনা ৰামধেনুৰ ৰহণ হেৰুৱাইমিঠা মৰমৰ মিনতি শুনিচিতালৈ আগুৱায়, ৰহণ হেৰুৱায়।সৰা শেৱালিৰ শুকুলা বাটতসুৰ ৰূপ এটি হয়।সুৰৰে

স

সোঁৱৰণী মোৰ ৰাঙলী জীৱন

সোঁৱৰণী (মোৰ)ৰাঙলী জীৱনসোঁৱৰণী মোৰৰাঙলী জীৱনৰ ৰংবোৰ কেনিবা গʼল।পাহৰণি এন্ধাৰত ধুনীয়া অতীতৰজীৱন্ত সমাধি হʼল।।মনৰে আঁতবোৰকেনি হেৰুৱালোঁভাষাৰে পখিলীকেনি উৰুৱালোঁবহু দূৰ আঁতৰি গʼলউভতি

স

সোঁৱৰণী কুৱঁলীয়ে

সোঁৱৰণী কুৱঁলীয়েচিঞঁৰি চিঞঁৰি কয়অতীতৰ সীমা-ৰেখা নাইসমুখতো দেখোঁ আজিপুৰণিক আকুল কৰেনতুনে মাথোঁ ৰিঙিয়ায়। জীৱনৰ বাটটিতএৰি অহা খোজবোৰনিতে মচে কোন ধুমুহাইমিছায়ে উভতি

স

সোণৰ কাঠীৰ পৰশ পোৱা

সোণৰ কাঠীৰ পৰশ পোৱাআলফুলীয়া হাতেৰেকোনেনো ধূলিক সাবটি লয়?এটি ঘৰৰ দুটি মানুহদুটি জীৱনৰ কথা শুনাএজুপি লতাৰ দুটি কলিএটি যে নিয়ৰত থাকে

স

সেন্দূৰ সেন্দূৰ ফোঁট

সেন্দূৰ সেন্দূৰ ফোঁটটিয়েপাত গাভৰুৰ কপালতেসলাজ মৰম আঁকি দিকি যে সোৱাদ পায়;মই আজিও নুবুজোঁ।গোলাপ গোলাপ গালতে নিয়ৰৰে ঘামবোৰেঅকাই-পকাই বৈ গৈ কি

 
Scroll to Top