স

স

সেন্দুৰ সেন্দুৰ প্ৰভাতী সুৰুয

সেন্দুৰ সেন্দুৰ প্ৰভাতী সুৰুযমোৰ গালে মুখে পৰিছেপাহৰণিৰ কুঁৱলী ফালিসোঁৱৰণি যেন আহিছে।মনত পৰিছে যেন অস্ত বেলিৰবিদায় সনা চাৱনিলগে লগে যেন দেখিছোঁ

স

সেউজীয়া বননিৰ বনে বনে

সেউজীয়া বননিৰ বন-বৰাগীবনে বনে ফুৰিছিলোঁবনঘোষা গাই।বগাকৈ বগলীয়েবগা বগা পখিৰেবিচিছিল বগা বগাচোঁৱৰ বুলাই।।বনে বনে–গায়।গৈছিলোঁ বনৰীয়াবাটে বীণ বাইবস্ত্ৰৰ বনগুটিগুচাই গুচাইবনমালা পিন্ধিবনমালী ৰূপ

স

সাত সমুদ্ৰৰ পাৰৰে

সাত সমুদ্ৰৰ পাৰৰেধুনীয়াকৈ বজাৰৰেহাতী কি ঘোঁৰা আনা?ঘোঁৰা আনা নে নানা?পাপা লক্ষী আহাঁনা।তুমি পৰদেশলৈ যাবৰে পৰাসেই গান ধোঁৱাই আৱৰে।দিন দিৱসো অন্ধকাৰসুৰ

স

সাগৰ সংগমত কতনা সাঁতুৰিলোঁ

সাগৰ সংগমত কতনা সাঁতুৰিলোঁতথাপিতো হোৱা নাই ক্লান্ততথাপি মনৰ মোৰ প্রশান্ত সাগৰৰউর্মিমালা অশান্ত।। মনৰ প্রশান্তসাগৰৰ বক্ষতজোৱাৰৰ নাই আজি অন্তঅজস্র লহৰে নৱ

স

সহস্রজনে মোক প্রশ্ন কৰে

সহস্রজনে মোক প্রশ্ন কৰেমোৰ প্রেয়সীৰ নামমালবিকা নে লিপিকা নে মল্লিকা ।অর্থপূর্ণভাৱে ঈষৎ হাঁহিৰে কওঁনহয় মালৱিকা বা লিপিকা বা হৈমন্তী বা

স

সময়ৰ অগ্ৰগতি

সময়ৰ অগ্ৰগতিপক্ষীৰাজত উঠিযাওঁ মই নতুন দিগন্তলৈহাঁহিমুখেহাঁহিমুখেজ্যোতিক শিৰত তুলিআহে দিনবাজে বীণনিৰাশাবিহীনআহে বীণবাজে বীণনিৰাশাবিহীননাই আক্ষেপ কোনো পোৱা নোপোৱাৰসমূখত পোহৰৰ জলন্ত জোৱাৰ ৷সত্যক

স

স্বাদী কৰোৱাই লওক

স্বাদী কৰোৱাই লওকঅʼ দিলৱালো, মতৱালোসৱেই স্বাদী কৰোৱাই লওকধুনীয়া নহʼলে ৱাপচ পইচাগেৰাণ্টি লিখোৱাই লওক।ময়ে বনোৱা তিলিকা দৰামাৰ খায়েই ভিৰে যেন ঘোঁৰা।ময়ে

স

সুন্দৰী চাওঁ কিনো কল্পনা

সুন্দৰী চাওঁ কিনো কল্পনাসুন্দৰী আঁকা কিনো আল্পনামই কল্পনা জল্পনা আল্পনা-চাল্পনাযিহকে আঁকো মোৰ পৰিকল্পনাকিয়? কʼম কোৱাঁনা।কথাঃ মোকেনো নাআঁকা কিয়? মোৰ ৰূপ

স

সদা হাঁহি মুখ

সদা হাঁহি মুখনাই কোনো দুখহাতত বানৰ বয় বিড়ি,আধা শতিকাকে ধৰিঅসম মুখক কৰি।চলি আছে এই বিড়িচি.জে. পেটেলৰ বিড়ি,বানৰ বয় বিড়িভাল লাগে

স

সুখ নাই; দুখ নাই

সুখ নাই; দুখ নাইএকো যেন নাইহাঁহি নাইচকুৰো অশ্ৰু শুকায়।।নৈ আছে পানী নাইসৰু বৰ ঢৌ নাইজীয়াই থকাৰ নাইঅকণো জোৱাৰ।ঘড়ীৰ কাঁটা নাইসময়ৰ

 
Scroll to Top