আজি জীৱন বুটলিবি
(এই গীত ইতিবাচকএই গীত মোৰ মনৰ প্ৰকাশউদ্দেশ্য : হেজাৰ জনৰ ই প্ৰকাশ হওক ) আজি জীৱন বুটলিবিহাঁহি হাঁহি আহ্আজি মৰণ […]
(এই গীত ইতিবাচকএই গীত মোৰ মনৰ প্ৰকাশউদ্দেশ্য : হেজাৰ জনৰ ই প্ৰকাশ হওক ) আজি জীৱন বুটলিবিহাঁহি হাঁহি আহ্আজি মৰণ […]
আজি কি আনন্দ পেখোঁ বিশ্বৰ ছন্দতপূৰ্ণ হৈলা এক শতাব্দী বাণৰে মঞ্চত হেʼ। ওঠৰশ ছয়ানব্বৈত হেʼ লক্ষীকান্তৰ গৃহতপূজা পাতি হৰিশ্চন্দ্ৰ কৰে
আগলি বাঁহৰে, লাহৰী গগনাবাজি উঠিল কিয়?আগলি কলৰে, এখিলানো পাতকঁপি উঠিল কিয়?মুকুতিৰ উৰুলি শুনি। অহঙ্কাৰী ৰজাৰ নগৰীকংকাল হʼল কিয়?বন্দীশালৰ শিকলিবোৰছিগি পৰিল
আকাশী যানেৰেউৰণীয়া মনেৰেদোকমোকালিতেপশ্চিমৰে পৰা, বঙ্গৰে পৰামাৰিলো উ…ৰা…..।মোৰ লক্ষ্যস্থান হ’ল তেজপুৰআকাশী যানেৰে ৷ মই লাহে লাহে ধৰিত্রী এৰিলোঁমই উৰি উৰি মেঘতে
আকাশী গংগা বিচৰা নাইনাই বিচৰা স্বর্ণ অলংকাৰনিষ্ঠুৰ জীৱনৰ সংগ্রামতবিচাৰোঁ মৰমৰ মাত এষাৰ । মহা মহা সাগৰৰেকতনা লহৰ লেখিলোঁমহা মহা নগৰীতেকতনা
সুধাকন্ঠৰ দ্বাৰা ৰচিত অন্তিমটো গীত (নিজৰাপাৰ, ২০০৭ চন) আকাশ সাৱটি নামিলোঁ সাগৰতবুকুত কঢ়িয়ালোঁ আগ্নেয়গিৰি ৷শব্দৰ বৰষুণে ধৰিলে সাবটিকন্ঠত সুৰৰ অনন্ত
আকাশ বিশাল সাগৰ বিশালতাতোকৈ বিশাল মাতৃ-হৃদয়পশু-পক্ষী বা নৰ-নাৰীৰমাতৃৰ স্নেহমায়া চিৰ মধুময়।। মাতৃৰ প্ৰতি ধনী-দুখীয়াৰমায়া-মমতা একেটাইমাথোঁ ভিন্ন ৰূপে স্নেহ প্ৰকাশেহৈ নিঃস্বাৰ্থ
পাত গাভৰু : আই সৰস্বতী অ’ —-ৰংফুল বকুলী !তোমালৈ মানি যাওঁ কি ! মাজ বয়সীয়া পুৰুষ : বোলো কি ? পাত গাভৰু
আহ্ আহ্ ওলাই আহ্সজাগ জনতাআহ্ আহ্ ওলাই আহ্ পোহৰ আনোতাৰামৰে দেশতে থকা ৰাৱণ বধোঁতেযায় যদি যায় জীৱনতো যাক ! সমুখৰে