মোক এজন বগা মানুহ দিয়া
মোক এজন বগা মানুহ দিয়াযাৰ ৰক্ত বগামোক এজন ক’লা মানুহ দিয়াযাৰ ৰক্ত ক’লাযদি দিব পাৰা প্ৰতিদান যি বিচৰাহওক অমূল্য পাব […]
মোক এজন বগা মানুহ দিয়াযাৰ ৰক্ত বগামোক এজন ক’লা মানুহ দিয়াযাৰ ৰক্ত ক’লাযদি দিব পাৰা প্ৰতিদান যি বিচৰাহওক অমূল্য পাব […]
কথা:ড° নিৰ্মলপ্ৰভা বৰদলৈ মই বিচাৰিছো হেজাৰ চকুত দীপ্ত সূর্য শিখা এই ভয়াবহ যুগ-সন্ধিৰ নাশিবলে বিভীষিকা মই বিচাৰিছো হেজাৰ চকুত দীপ্ত
মৌন মোৰ ৰুগীয়া মাই মৰণৰ ক্ষণ গণিছেশয্যাপাশত মোক দেখি আজি, শেঁতা হাঁহি এটি হাঁহিছে।দেহাত মাৰ শকতি নাই, মুখতো নুফুটে ভাষাবৰ
মোৰ মৰমে মৰম বিচাৰি যায়মোৰ মৰমে মৰম বিচাৰি যায়বাৰিষাৰ কেঁচা বানেমোৰেই কাৰণে আনেনতুনৰে বৰে নৈযুগৰ বতৰা লৈ ।।অকলশৰীয়া পথেদি মইশত
মোৰ মন বাঘ যদি আজি চৰাই হয়আৰু কʼৰবাৰ চিলনীয়ে খেদি খেদি কয় –তোৰ সাহৰ দেখোঁ কোনো চিনচাব নাইমই কʼম কি?মোৰ
মোৰ বুকুৰ জ্বালাত নয়ন উতলেনাবিক হিয়াত সনা লহৰ নগলে ।।মেলা পাল সুৰৰে অবাক নিমাতহয়, হিয়াৰো ভুল হেৰালে যে বাটআজি কোনে
মোৰ গীতৰ হেজাৰ শ্ৰোতা!তোমাক নমস্কাৰ !গীতৰ সভাত তুমিয়েতো প্ৰধান অলংকাৰ ।।প্ৰয়াস কৰোঁ- তোমাৰ মুখত হাঁহি বিলাবলেʼপ্ৰয়াস কৰোঁ- তোমাৰ দুখত সঁচাই
মোৰ গান হওকবহু আস্থাহীনতাৰ বিপৰীতেএক গভীৰ আস্থাৰ গান। মোৰ গান হওককল্পনা-বিলাসৰ বিপৰীতেএক সত্য প্ৰশস্তিৰ ধ্যান।। মোৰ কলাশৈলীতে মূৰ্ত্ত হওকএক মধুৰ বৈশিষ্টৰ
মোৰ গাটো দেখোন অʼ মাকণসাতখন আঠখনৰঙালী বিহুতে ৰঙা ৰঙা মনতই দেখোঁ গাভৰু হʼলি মাকণ। কালি দেখিছিলোঁ অʼ মাকণভৰলীৰে পাৰতলহপহ দেহাৰে