অ’ কাজল বৰণ কন্যা
অ’ কাজল বৰণ কন্যাতোমাৰ নাই তুলনাএই ৰূপৰ বন্যা দেখিহ’লোঁ মই উন্মনা।মেঘ বৰণ তোমাৰ চুলিতলহৰ খেলি যায়মোৰ যে হিয়াত এই লহৰেপুলক […]
অ’ কাজল বৰণ কন্যাতোমাৰ নাই তুলনাএই ৰূপৰ বন্যা দেখিহ’লোঁ মই উন্মনা।মেঘ বৰণ তোমাৰ চুলিতলহৰ খেলি যায়মোৰ যে হিয়াত এই লহৰেপুলক […]
অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়। কোন সুন্দৰৰে শিল্পীয়ে পদুম ফুলৰ
(কণ্ঠ – জয়ন্ত হাজৰিকা) ভৰিৰ তলুৱাৰ পৰা যদি ধৰাখন খহি পৰা যেন লাগে তিল তিল কৈ যদি নিজৰেই ঘৰখন কাৰোবাৰ
ভৰা বাৰিষাৰ বানে খহাই নিলে গাঁও পাৰতে উচুপি কান্দে দুখীয়াৰ ছাও ৷ ভৰা বাৰিষাতে, ভৰা বাৰিষাতে ৷৷ বানপানীয়ে
ভাষা ভৰা পৃথিৱীৰ বিদ্রোহী কথা গীত কাণ পাতি শুনিবৰ শকতি নাই ৷ গুমৰি গুমৰি থকা জীৱনৰ ভাৰৰাশি
(কেতিয়াবা প্রেয়সীয়ে প্রিয়জনক সোঁৱৰাই দিবলগীয়া হয় এই বুলি- মোৰ দুচকুত চকু ৰাখি কোঁৱাচোন , মনৰ বীনা বাজিছেনে ? মনত পৰিছেনে
ভাবিছিলো তুমি হাত মেলিলেই বিশাল আকাশ পাবা; হয়তো তুমি পোৱা নোপোৱাৰ দোমোজাত পৰি ৰ’বা ৷ পায়ো হেৰুওৱাৰ অনুভুতিখিনি
ভাঙ শিল ভাঙ ভাঙ! ভাঙ!! ভাঙ ভাঙোতা!!! শিল ভাঙ্ তোৰ ঘামভৰা নঙঠা পিঠি তপত ৰ’দত যায় ফাটি কোমল ভৰিৰ তলুভাত
অ হʼল অসমৰ প্ৰথম আখৰ অসমৰ অকণি অসমতে ঘৰ। আ-ই বোলে আহ্ আহ্ মটৰ গাড়ী তোৰ পেটত উঠি মই যাওঁ
ভাবিছিলা এবুকু ভৰাই ভাবিছিলা এবুকু ভৰাই ঘৰৰ মায়া পাবা সেই মায়াৰে কোমল কোলাত ক্ষণিক জিৰাবা । ঘৰ আছে মায়া নাই