অ’ সিপাৰৰ বান্ধ,
পথিক :অ’ বান্ধ ….অ’ সিপাৰৰ বান্ধ,শু… না ..এন্ধাৰ ইটো পাৰ …কাল ধুমুহাইঢাকে আকাশকৰাঁচোন সিপাৰকৰাঁচোন সিপাৰ ৷নাৱৰীয়া:মেঘ বৰষুণ নেউচি মইতোমাক কৰিম […]
পথিক :অ’ বান্ধ ….অ’ সিপাৰৰ বান্ধ,শু… না ..এন্ধাৰ ইটো পাৰ …কাল ধুমুহাইঢাকে আকাশকৰাঁচোন সিপাৰকৰাঁচোন সিপাৰ ৷নাৱৰীয়া:মেঘ বৰষুণ নেউচি মইতোমাক কৰিম […]
অ’ তই অবুজ মনচেনেহৰ বাটনিচিনিলিসঁচা বাট বিচাৰিযাওঁতে চাবি যেননপৰ অবাটে পিছলি !অ’ তই অবুজ মনচেনেহৰ বাটনিচিনিলিসঁচা বাট বিচাৰিযাওঁতে চাবি যেননপৰ
অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়। কোন সুন্দৰৰে শিল্পীয়ে পদুম ফুলৰ
(কণ্ঠ – জয়ন্ত হাজৰিকা) ভৰিৰ তলুৱাৰ পৰা যদি ধৰাখন খহি পৰা যেন লাগে তিল তিল কৈ যদি নিজৰেই ঘৰখন কাৰোবাৰ
(কেতিয়াবা প্রেয়সীয়ে প্রিয়জনক সোঁৱৰাই দিবলগীয়া হয় এই বুলি- মোৰ দুচকুত চকু ৰাখি কোঁৱাচোন , মনৰ বীনা বাজিছেনে ? মনত পৰিছেনে
ভাবিছিলা এবুকু ভৰাই ভাবিছিলা এবুকু ভৰাই ঘৰৰ মায়া পাবা সেই মায়াৰে কোমল কোলাত ক্ষণিক জিৰাবা । ঘৰ আছে মায়া নাই
কথা : এʼ বিজুলী নাচে, চিক্মিক্ চিক্মিক্অʼ ডম্বৰু বাজিলে, ডুগ্, ডুগ্, ডুগ্, ডুগ্। ডুগ্ ডুগ্ ডুগ্ ডুগ্ ডম্বৰুমেঘে বজায় ডম্বৰুচিক্মিক্