সময়ৰ গাত আজি
সময়ৰ গাত আজি গনতান্ত্ৰিক তেজৰ কলঙ্ক উদাৰ আকাশো আজি হিংসাৰ ধোঁৱাৰে পৰিপূৰ্ণ শুনো এইখন মানুহৰ দেশ, মানৱী বেশেৰে দানৱী মনেৰে […]
সময়ৰ গাত আজি গনতান্ত্ৰিক তেজৰ কলঙ্ক উদাৰ আকাশো আজি হিংসাৰ ধোঁৱাৰে পৰিপূৰ্ণ শুনো এইখন মানুহৰ দেশ, মানৱী বেশেৰে দানৱী মনেৰে […]
Movie: Ek Pal (1986) Singer(s): Bhupen Hazarika, Bhupinder Singh, Nitin Mukesh Chand Mathur Lyricist(s): Gulzar Composer & Music Director: Bhupen
অলৌগুটি তলৌগুটি কোন ক’ত লটি-ঘটি কচুপাতত লাই যি হাতে আঙঠি নাই সেই হাতে কেনেকৈ পায় … ঐ ৰাম সেই হাতে
(কণ্ঠ – জয়ন্ত হাজৰিকা) ভৰিৰ তলুৱাৰ পৰা যদি ধৰাখন খহি পৰা যেন লাগে তিল তিল কৈ যদি নিজৰেই ঘৰখন কাৰোবাৰ
ভাষা ভৰা পৃথিৱীৰ বিদ্রোহী কথা গীত কাণ পাতি শুনিবৰ শকতি নাই ৷ গুমৰি গুমৰি থকা জীৱনৰ ভাৰৰাশি
কথা:ডেকা: ককাই –অসমৰ আকাশত সেইয়া কাকতৰ চিলা নে, বৰদৈচিলা? গীত:ডেকা:বৰদৈচিলা নে, সৰুদৈচিলা নেঅসমৰ আকাশত বৰ বৰ চিলা…বৰদৈচিলা নে, সৰুদৈচিলা নেঅসমৰ
কথা : এʼ বিজুলী নাচে, চিক্মিক্ চিক্মিক্অʼ ডম্বৰু বাজিলে, ডুগ্, ডুগ্, ডুগ্, ডুগ্। ডুগ্ ডুগ্ ডুগ্ ডুগ্ ডম্বৰুমেঘে বজায় ডম্বৰুচিক্মিক্