নেলাগে সমাজ
নেলাগে সমাজনেলাগে নেলাগে সময় দেখুওৱা ঘড়ীসময় এবাৰ থমকি ৰওকচোনআমাকে সাক্ষী কৰি।আবেলিৰ ৰামধনু থপিয়াই আনিটুকুৰা টুকুৰ কৰিছটিয়াই দিম তোমাৰ গালৈল’বাচোন শয্যাত […]
নেলাগে সমাজনেলাগে নেলাগে সময় দেখুওৱা ঘড়ীসময় এবাৰ থমকি ৰওকচোনআমাকে সাক্ষী কৰি।আবেলিৰ ৰামধনু থপিয়াই আনিটুকুৰা টুকুৰ কৰিছটিয়াই দিম তোমাৰ গালৈল’বাচোন শয্যাত […]
নিদ্ৰানৈৰ সিপাৰে নি: শব্দ নীৰৱ নিশা নিদ্ৰা নৈ বৈ বৈ, ততকে নেপায় – পানী মেটেকাৰ দৰে, কিছু দূৰাশা কিছু নিৰাশা
নৱমল্লিকাৰ হেঁপাহ জানো পলাবমালিনী নদীতে ৰূপ চাই চাইশকুন্তলা আইৰ জানো দেহাটি শীতলিবপদুমৰে পৰশন পাই পাই। দেহ ভংগীমাৰে বিৱৰণী কিনো দিমদেখিয়েই
নেলাগে সমাজ, নেলাগে নেলাগেসময় দেখুওৱা ঘড়ীসময় এবাৰ থমকি ৰওকচোনআমাকে সাক্ষী কৰি। আবেলিৰ ৰামধেনু থপিয়াই আনিটুকুৰা টুকুৰ কৰিছটিয়াই দিম তোমাৰ গালৈল’বাচোন
নতুন নিমাতী নিয়ৰৰে নিশাজীৱন জিলিকা জোনাকৰে নিশাআৰু তুমি নিচেই চিনাকি। মোৰ যৌৱন আজি উচ্ছলজলমল সৰসীত নাচে পংকজকামনাৰপৰাণ পূৰ্ণ হয় নিশাটি।।
নতুন নাগিনী তুমি,কাল নাগিনীতোমাক ভুলাবলৈ কিমাননো পৰ?নীলা গৰল পিয়া,মই নীলকণ্ঠঅলিয়া বলিয়া মই যাদুকৰ। সূৰুযৰ স্পৰ্শই ঢুকিকে নোপোৱা,শতাব্দীৰ আন্ধাৰে কলিজা কঁপোৱা,অৰণ্য
নৱ নৱ বʼহাগ আহেসৰু ফুলে মিচিকি হাঁহেমনে তোমাক ধিয়ায়। নৱ নৱ মিলন নিশাৰসৰু তৰা জকেমকায়মনে তোমাক ধিয়ায়। স্বপ্ন হৈ ৰচনাতমেদিনীৰ
নেকান্দিবা নেকান্দিবা মোৰে নতুন কইনাপাহাৰ বগাই ধৰি আনিম তুমি খোজা মইনা মইনানেকান্দিবা কইনা। আনৰে সোণ লুকুৱাবলৈ – পিতায়ে শিক্ষা নিদিলেসমাজৰ
নিশাৰ এন্ধাৰ পোহৰালে কোনে?দূৰ আকাশৰ ৰূপালী জোনে।উদং কোলা মোৰ পূৰালেহি কোনে ?দূৰ আকাশৰ মৰমী জোনে।। অপূৰ্ণ মোৰ বাসনাবোৰজ্যোতিৰে ভৰি গʼলমোৰ
নামি আহাঁ সুন্দৰৰে সেনা শিল্পী দলএৰা সপোন ধেমালিবাধা যদি নিদিয়া পিশাচী এন্ধাৰকধৰা হʼব ৰণেৰে ৰাঙলী।বাটে পথে যায় চোৱাঁ সৌৱা পালে