শ

শ

শৰত কালৰ ৰাত্ৰি

শৰত কালৰ ৰাত্ৰি অতি বিতোপন সখীৰাস ক্ৰীড়া কৰত গোপালঅখণ্ড মণ্ডল শশী দেখিলন্ত প্ৰাণ সখীটলমল যমুনাৰ জল।কৃষ্ণদেৱ দামোদৰ হৰিপাপী নাই আমাৰ

শ

শৰতৰ শেৱালিৰ নতুন নিয়ৰে

শৰতৰ শেৱালিৰ নতুন নিয়ৰেশুভ্ৰ শুভ্ৰ কিবা ছবি আঁকে,শুকুলা ডাৱৰৰ পতাকা উৰুৱাইমুকুতিৰ গীত গায় শৰালি জাকে।।নিয়ৰ বিন্দু হʼল জীৱন দাপোনতাতেই দেখোঁ

শ

শৈশৱতে ধেমালিতে

শৈশৱতে ধেমালিতেতোমাৰে ওমলা মনত আছেব’হাগ মাহৰ লুইতখনিতদুয়ো সাঁতোৰা মনত আছে ।যৌৱনতে দুয়োৰে দেহাৰলাজুকী পৰশ মনত আছে ।মোৰ অবিহনে চিপজৰী ল’বাবুলি

শ

শেৱালি পাহিটি বুকুৰে কথাটি

শেৱালি পাহিটি বুকুৰে কথাটিকʼবলৈ ভাষাটি নাই নাই;মোৰো যে ভাবটি বুজাব নোৱাৰোঁমনতে মৰহি যায়,যায় কেঁচা সোণমনতে মৰহি যায়।পথাৰৰ সিপাৰে পেঁপাৰ মাত

শ

শেষ সকিয়নী

সিদিনা — আঠ নৱেম্বৰ উনৈছ শ বাসত্তৰত লিখিছিলোঁ–তৰ্ক নকৰো মই, শেষ হʼল তৰ্কএই গীত সতৰ্ক কৰাৰনানিবি অসমলৈ ত্ৰাস পৰিবেশধ্বংস যজ্ঞ

শ

শেষ কথা

অসমীয়া জাতিটোৱে অসমীয়া কʼবলৈকাকনো কৰিছে বলাৎকাৰ!হেৰ!অসমীয়া ভাষাটিৰ অসমতেই নাই জানোযোগ্যতা পোৱাৰ অধিকাৰ?সমগ্ৰ ভাৰতৰ ভাষা দুৰ্নীতিবানকুচক্ৰী যত কুলাঙ্গাৰ(হেৰ) অসম দেশখন অহঁতৰ

শ

শীতৰে সেমেকা ৰাতি

শীতৰে সেমেকা ৰাতি শীতৰে সেমেকা ৰাতিসেমেকা শীতৰে ৰাতি শীতৰে সেমেকা ৰাতি । বস্ত্রবিহীন কোনো খেতিয়কৰভাগি পৰা পঁজাটিৰ তুঁহ জুই একুৰাৰউমি

শ

শিশু শকুন্তলা

শিশু শকুন্তলাৰ উচুপনিকাশ্যপ ঋষিৰ আশ্ৰমখনি(আজি) জ্যোতিষ্মান হʼল।মেনকাই কন্যা শকুন্তলাকমৰতত সমৰ্পি গʼল;উমলি আহোঁগৈ বʼলাঁঅʼ বাচ্ছা শকুন্তলা।।শংখ বজোৱা দিয়া উৰুলিআনন্দে নধৰে হিয়াপ্ৰকৃতি

শ

শাৰদী ৰাণী

শাৰদী ৰাণীতোমাৰ হেনো নামতুমি মোৰ নিচেই আপোনসদ্যস্নাতা ৰূপহী মোৰপুৱতী নিশাৰ সপোনশুভ্রনীলা ওৰণিখনিকুঁৱলী সূতাৰে বোৱাপাতল ৰিহাখনিথৰ লগা বিলখনিতোমাৰ শুৱনি দাপোণকপাহ মেঘৰ

 
Scroll to Top