ভৰা বাৰিষাৰ বানে

ভৰা বাৰিষাৰ বানে                  খহাই নিলে গাঁও পাৰতে উচুপি কান্দে                দুখীয়াৰ ছাও ৷ ভৰা বাৰিষাতে, ভৰা বাৰিষাতে ৷৷ বানপানীয়ে

ভাষা ভৰা পৃথিৱীৰ

ভাষা ভৰা পৃথিৱীৰ      বিদ্রোহী কথা গীত           কাণ পাতি শুনিবৰ শকতি নাই ৷ গুমৰি গুমৰি থকা    জীৱনৰ ভাৰৰাশি

ভালকে পুনৰ চোঁৱা এবাৰ

(কেতিয়াবা প্রেয়সীয়ে প্রিয়জনক সোঁৱৰাই দিবলগীয়া হয় এই বুলি- মোৰ দুচকুত চকু ৰাখি কোঁৱাচোন , মনৰ বীনা বাজিছেনে ? মনত পৰিছেনে

ভাবিছিলা তুমি হাত মেলিলেই

ভাবিছিলো তুমি হাত মেলিলেই  বিশাল আকাশ পাবা; হয়তো তুমি পোৱা নোপোৱাৰ দোমোজাত পৰি ৰ’বা ৷                    পায়ো হেৰুওৱাৰ অনুভুতিখিনি                                  

ভাঙ শিল ভাঙ

ভাঙ শিল ভাঙ ভাঙ! ভাঙ!!  ভাঙ ভাঙোতা!!!  শিল ভাঙ্ তোৰ ঘামভৰা নঙঠা পিঠি তপত ৰ’দত যায় ফাটি কোমল ভৰিৰ তলুভাত

ভাবিছিলা এবুকু ভৰাই

ভাবিছিলা এবুকু ভৰাই ভাবিছিলা এবুকু ভৰাই ঘৰৰ মায়া পাবা সেই মায়াৰে কোমল কোলাত ক্ষণিক জিৰাবা ।  ঘৰ আছে মায়া নাই

 
Scroll to Top