ন

ন

নেলাগে সমাজ

নেলাগে সমাজনেলাগে নেলাগে সময় দেখুওৱা ঘড়ীসময় এবাৰ থমকি ৰওকচোনআমাকে সাক্ষী কৰি।আবেলিৰ ৰামধনু থপিয়াই আনিটুকুৰা টুকুৰ কৰিছটিয়াই দিম তোমাৰ গালৈল’বাচোন শয্যাত

ন

নিদ্ৰানৈৰ সিপাৰে

নিদ্ৰানৈৰ সিপাৰে নি: শব্দ নীৰৱ নিশা নিদ্ৰা নৈ বৈ বৈ, ততকে নেপায় – পানী মেটেকাৰ দৰে, কিছু দূৰাশা কিছু নিৰাশা

ন

নৱমল্লিকাৰ হেঁপাহ জানো পলাব

নৱমল্লিকাৰ হেঁপাহ জানো পলাবমালিনী নদীতে ৰূপ চাই চাইশকুন্তলা আইৰ জানো দেহাটি শীতলিবপদুমৰে পৰশন পাই পাই। দেহ ভংগীমাৰে বিৱৰণী কিনো দিমদেখিয়েই

ন

নেলাগে সমাজ, নেলাগে নেলাগে

নেলাগে সমাজ, নেলাগে নেলাগেসময় দেখুওৱা ঘড়ীসময় এবাৰ থমকি ৰওকচোনআমাকে সাক্ষী কৰি। আবেলিৰ ৰামধেনু থপিয়াই আনিটুকুৰা টুকুৰ কৰিছটিয়াই দিম তোমাৰ গালৈল’বাচোন

ন

নতুন নিমাতী নিয়ৰৰে নিশা

নতুন নিমাতী নিয়ৰৰে নিশাজীৱন জিলিকা জোনাকৰে নিশাআৰু তুমি নিচেই চিনাকি। মোৰ যৌৱন আজি উচ্ছলজলমল সৰসীত নাচে পংকজকামনাৰপৰাণ পূৰ্ণ হয় নিশাটি।।

ন

নতুন নাগিনী তুমি

নতুন নাগিনী তুমি,কাল নাগিনীতোমাক ভুলাবলৈ কিমাননো পৰ?নীলা গৰল পিয়া,মই নীলকণ্ঠঅলিয়া বলিয়া মই যাদুকৰ। সূৰুযৰ স্পৰ্শই ঢুকিকে নোপোৱা,শতাব্দীৰ আন্ধাৰে কলিজা কঁপোৱা,অৰণ্য

ন

নৱ নৱ বহাগ আহে

নৱ নৱ বʼহাগ আহেসৰু ফুলে মিচিকি হাঁহেমনে তোমাক ধিয়ায়। নৱ নৱ মিলন নিশাৰসৰু তৰা জকেমকায়মনে তোমাক ধিয়ায়। স্বপ্ন হৈ ৰচনাতমেদিনীৰ

ন

নেকান্দিবা নেকান্দিবা মোৰে নতুন কইনা

নেকান্দিবা নেকান্দিবা মোৰে নতুন কইনাপাহাৰ বগাই ধৰি আনিম তুমি খোজা মইনা মইনানেকান্দিবা কইনা। আনৰে সোণ লুকুৱাবলৈ – পিতায়ে শিক্ষা নিদিলেসমাজৰ

ন

নিশাৰ এন্ধাৰ পোহৰালে কোনে

নিশাৰ এন্ধাৰ পোহৰালে কোনে?দূৰ আকাশৰ ৰূপালী জোনে।উদং কোলা মোৰ পূৰালেহি কোনে ?দূৰ আকাশৰ মৰমী জোনে।। অপূৰ্ণ মোৰ বাসনাবোৰজ্যোতিৰে ভৰি গʼলমোৰ

ন

নামি আঁহা সুন্দৰৰ সেনা

নামি আহাঁ সুন্দৰৰে সেনা শিল্পী দলএৰা সপোন ধেমালিবাধা যদি নিদিয়া পিশাচী এন্ধাৰকধৰা হʼব ৰণেৰে ৰাঙলী।বাটে পথে যায় চোৱাঁ সৌৱা পালে

 
Scroll to Top