মানুহে মানুহৰ বাবে
মানুহে মানুহৰ বাবেযদিহে অকনো নেভাবেঅকনি সহানুভূতিৰেভাবিব কোনেনো কোৱা সমনীয়া? মানুহে মানু্হক বেচিব খুজিমানুহে মানুহক কিনিব খুজিপূৰণি ইতিহাস দোহাৰিলেভুল জানো নহʼবকোৱা […]
মানুহে মানুহৰ বাবেযদিহে অকনো নেভাবেঅকনি সহানুভূতিৰেভাবিব কোনেনো কোৱা সমনীয়া? মানুহে মানু্হক বেচিব খুজিমানুহে মানুহক কিনিব খুজিপূৰণি ইতিহাস দোহাৰিলেভুল জানো নহʼবকোৱা […]
এই মহিলা মহিলা ক’লৈনো আহিলাঁগচকত মাৰিলা বনমহিলা মহিলা কি যে ভুল কৰিলাঁপুৰুষৰ নুবুজা মন।গল চাই গহনা গাটো তায়ে চোলামূৰ চাই
আগ বাঢ়া, বাঢ়া আগ বাঢ়া ডেকা-গাভৰুৰ দল। জনতাৰ মৃত্যু এফেৰি বতাহে আকাশ কঁপাই তোলে ঘনে ঘনে কোলাহল।ডেকা-গাভৰুৰ দল আগ বাঢ়া
কথা: স্বকীয় ৰূপ লৈ ব’হাগনো আহে ক’লৈ ? ব্রহ্মপুত্রৰ দুয়োপাৰলৈ নহয় জানো ? এই ব্রহ্মপুত্রৰ মহান ঐতিহ্যই বা কি ?
মহাত্মাই হাঁসি বোলে ৰাম ৰহিম, বান্ধ ৰাম ৰহিম!একেলগে একে সঙ্গে বান্ধৱ পাতিম হায় হায় ৰাম ৰহিম !মহাত্মাই হাসি বোলে কৃষ্ণ
নায়ক: ময়ূৰী ময়ূৰীনয়িকা: সুদৰ্শন, সুদৰ্শননায়ক: মন ময়ূৰী তুমি যেন মোৰ বন ময়ূৰী তুমি যেন মোৰ মন ময়ূৰী মই
মদাৰৰে ফুল হেনো পূজাতো নেলাগেমদাৰৰে ফুল হেনো সবাহত নেলাগেলাগে পিচে ব’হাগতে ৰং সানিবলেʼলাগে পিচে আকাশতে জুই জ্বলাবলেʼ। কোনোবাই মোক হেনো
(১)“মৎস্য কুৰ্ম্ম নৰসিংহ বামণ পৰশুৰাম হলিৰাম বৰাহ শ্ৰীৰাম।বুদ্ধ কল্কি নামে দশ আকৃতি ধৰিছা কৃষ্ণ তযু পাৱে কৰোঁহো প্ৰণাম।।”মোৰে উদং
মঙ্গলদৈ তোমাৰ নাম হওক মঙ্গল তোমাৰ ।অতীত ঘাটি চাইলে পাবা ঐতিহ্য অপাৰ।। কোঁচ ৰজাৰ জীয়ৰী মঙ্গলা যাৰ নাম।সেহি নামে নামকৰণ