Author name: admin1

ম

মোৰ মৰমে মৰম বিচাৰি যায়

মোৰ মৰমে মৰম বিচাৰি যায়মোৰ মৰমে মৰম বিচাৰি যায়বাৰিষাৰ কেঁচা বানেমোৰেই কাৰণে আনেনতুনৰে বৰে নৈযুগৰ বতৰা লৈ ।।অকলশৰীয়া পথেদি মইশত

ম

মোৰ মন বাঘ যদি

মোৰ মন বাঘ যদি আজি চৰাই হয়আৰু কʼৰবাৰ চিলনীয়ে খেদি খেদি কয় –তোৰ সাহৰ দেখোঁ কোনো চিনচাব নাইমই কʼম কি?মোৰ

ম

মোৰ বুকুৰ জ্বালাত

মোৰ বুকুৰ জ্বালাত নয়ন উতলেনাবিক হিয়াত সনা লহৰ নগলে ।।মেলা পাল সুৰৰে অবাক নিমাতহয়, হিয়াৰো ভুল হেৰালে যে বাটআজি কোনে

ম

মোৰ গীতৰ হেজাৰ শ্ৰোতা

মোৰ গীতৰ হেজাৰ শ্ৰোতা!তোমাক নমস্কাৰ !গীতৰ সভাত তুমিয়েতো প্ৰধান অলংকাৰ ।।প্ৰয়াস কৰোঁ- তোমাৰ মুখত হাঁহি বিলাবলেʼপ্ৰয়াস কৰোঁ- তোমাৰ দুখত সঁচাই

ম

মোৰ গান হওক

মোৰ গান হওকবহু আস্থাহীনতাৰ বিপৰীতেএক গভীৰ আস্থাৰ গান। মোৰ গান হওককল্পনা-বিলাসৰ বিপৰীতেএক সত্য প্ৰশস্তিৰ ধ্যান।।  মোৰ কলাশৈলীতে মূৰ্ত্ত হওকএক মধুৰ বৈশিষ্টৰ

ম

মোৰ গা-টো দেখোন

মোৰ গাটো দেখোন অʼ মাকণসাতখন আঠখনৰঙালী বিহুতে ৰঙা ৰঙা মনতই দেখোঁ গাভৰু হʼলি মাকণ। কালি দেখিছিলোঁ অʼ মাকণভৰলীৰে পাৰতলহপহ দেহাৰে

ম

মোক এনে এখন সৰগ দিয়াঁ

মোক এনে এখন সৰগ দিয়াযি ধৰাত জিলিকি পৰে,এনে এটি পৰিবেশ দিয়াঁ        হিয়া যʼত শাঁত পৰে।।প্ৰচণ্ড বেলিৰ তাপ থকাসন্মুখত অনন্ত পথএজুপি

ম

মেঘে গিৰ্ গিৰ্ কৰে

মেঘে গিৰ্ গিৰ্  কৰেআ-হা হিৰ্ হিৰ্ মেঘে কৰে  বা লাগি আগলতি    কলাপাত লৰে এজাক যেন বৰষুণআহোঁ আহোঁ কৰে।।   বহু দিনে

ম

মিলনৰে এই শুভ ক্ষণ

অ’ …..অ’…..অ’…… মিলনৰে এই শুভ ক্ষণপখিলা উৰাদি উৰে মন মৰমৰে এই আৱাহনজীৱনৰে মধুৰ লগন।  লাজৰে বান্ধোন খুলি যায় যায় বুকুৱে সঁহাৰি পায় পায়। অমৃতময়

ম

মিঠা মিঠা বʼহাগৰ

মিঠা মিঠা বʼহাগৰগীত এটিকে ৰচোঁ বুলি ভাবিলোএনেতে চুচুক চামাককৈ কাষ চাপিলাম‍ই যেন ভাষা পালোঁ।মিঠা মিঠা বʼহাগৰ। লুইততে তিওৱা তোমাৰ দেহামাহ আৰু

 
Scroll to Top