Author name: admin1

অ

অʼ মোৰ ভৈয়াই

অʼ মোৰ ভৈয়াই, অʼ মোৰ ভনীটিপুৰণি অসমৰ আকাশখনিতগৌৰৱৰ পোহৰ ঐ ৰমকে-জমকেসোণালী সৰু-বৰ তৰা জিলিকেলাৱনি মিচিকি হাঁহিটি চমকেহায় হায় হায় হায়

অ

অʼ মোৰ জীৱনৰ প্ৰিয় লগৰী

(কথাঃ তাইৰ ডেকা বন্ধু অতীতৰ কথা ভাবি ভাগৰি পৰিছে। তাই কিন্তু ডেকা বন্ধুক কৈছে,– শুভ আঁচনি লৈ আগ বাঢ়া, পিচলৈ

অ

অʼ মোৰ গুৰু ঐ

কুসুম্বৰ পুত্ৰ শ্ৰীশঙ্কৰ গুৰুৱেধৰিছিল নামৰে তান,নামৰে সুৰতে আনন্দত নাচিছিলপৱিত্ৰ বৰদোৱা থান,মোৰ গুৰু ঐ, পৱিত্ৰ বৰদোৱা থান। অশেষ যাতনা ভুঞ্জিলা, শ্ৰীশঙ্কৰধৰমৰ

অ

অʼ মিচিং ডেকাটি

বোলোঁ…অʼ মিচিং ডেকাটিবজালি যে পেম্পাটিসুৰেৰে সজালি দেখোঁদিচাংমুখৰ নিশাটি। মিবু গালুক চোলাটিপেৰেৰুম্বং চাদৰখন কিয়নো পিন্ধিলি?মূৰত দেখো দুমেৰ দি গামোচা আঁটিলিআৰু তোৰে

অ

অʼ মালতী কথা এটি

অʼ মালতী কথা এটিকওঁ শুনা কাণ পাতি —মোৰ হেনো বিয়া হʼব এইটো বʼহাগতে।মোৰ বুকুখনি ধৰেফৰায়নতুন উলাহতে।। সেই যে এবাৰ দেখিছিলোঁ

অ

অʼ ভাৰতৰে পঁজা ঘৰত

অʼ ভাৰতৰে পঁজা ঘৰতনৈৰ পাৰতসোণ পথাৰতবাজক সুখৰ বাঁহীবাজক সুখৰ বাঁহী। পঞ্চনদী গোদাবৰীমহানদী আৰু কাবেৰীৰসোঁতত উঠক ভাঁহিপৃথিৱী ঘূৰিবহু ফুৰি,এই ভাৰতৰ চৰণ

অ

অʼ ভাৰতীৰে

অʼ ভাৰতীৰে! অʼ পৃথিৱীৰে!স্বাধীনচিতীয়া দলভাৰতী স্বাধীন হʼল। ঘিট্‌মিট্‌ এন্ধাৰ কংকালসাৰঅতীত অন্ত হʼল।অতীত নাশি নৱ জেউতিজিল্‌মিলায় জল্‌মল্‌।। অগ্ৰদূত সৱে যাম আগুৱাইতৰংগ

অ

অʼ বান্ধৈ তাঁতৰ শালৰ

অʼ বান্ধৈ তাঁতৰ শালৰ শিপিনীঅʼ বান্ধৈ ৰাধা নে অʼ ৰুক্মিণীঅʼ বান্ধৈ বিজুলিৰে চাৱনিদেখি মনে ৰাইজাই কৰে।। অʼ বান্ধৈ হোজা-চহা ডেকা

অ

অʼ জোনালী দীপান্বিতা

অʼ জোনালী দীপান্বিতাদীপান্বিতা দীপান্বিতা।ঘিট্‌মিটীয়া এন্ধাৰ কাতিৰ ৰাতিচিকমিকীয়া জ্বলি উঠে চাকিউজ্বলিল সোণৰে মাটি।। জ্বলে ঘৰে ঘৰে প্ৰদীপ শিখামঙ্গল উৰুলি আৰতিদেৱশিশু সৱে

 
Scroll to Top