Author name: admin1

ঘৰ ঘৰ বুলি খাওঁ হাবাথুৰি

ঘৰ ঘৰ বুলি খাওঁ হাবাথুৰিআঁচনি কম্পমানতথাপি কিয় কৰি আছোঁ মইবালিঘৰ নিৰ্মাণ শূণ্য শূণ্য এই জীৱননাই নাই মান অভিমাননাই স্নেহ নাই […]

ঘৰ আমাৰ মাটি হয়

ঘৰ আমাৰ মাটি হয়মাটিয়েই ঘৰ;বাটেই আমাৰ আপোন হয়আপোনেই পৰ। এটি মিঠা জীৱন, এটি জীৱিকাৰ বাটৰাজপথে এৰাবাটে; এষাৰি মৰমী মাত;বিচাৰোঁতেই দিন

ঘুমতি যাওৰে

নাৰী : ঘুমতি যাওৰে মোৰে সোণ জীউটিশিয়ালী নাহিবি ৰাতিতোৰে কাণে কাটি লগাম তেলৰ চাকিশিয়ালী নাহিবি ৰাতি। সোণ হালে-জালে আগলি বতাহেলফা

ঘনে ঘনে কত শিশুক

ঘনে ঘনে কত শিশুকজন্ম দিবা তুমি?তুমি জন্ম দিবাস্বাৰ্থবিহীন মৰতলে’ আনি।। তুমি যদি নিজে হোঁৱাভঁৰাল ৰোগৰতোমাৰ মৰম হʼব  পানী লুইতৰ।এতিয়াই চিন্তি

গুৱাহাটীৰ কোনোবা এটি মিঠা

গুৱাহাটীৰ কোনোবা এটি মিঠা গধূলিৰ কথাশুনাইছিলাঁ গণেশ গগৈৰপ্ৰেমৰ কবিতাআজি মনত পৰেনে? মোক আঁকোৱালি চাৱনি মিলাইকৈছিলাঁ মধুৰ আৱেগেৰেতোমাৰ প্ৰাণৰ পাপৰি ঢালিসজাবা

গৌৰীপুৰীয়া গাভৰু দেখিলো

গৌৰীপুৰীয়া গাভৰু দেখিলোঁহাতী ধৰিবলৈ গৈ।হাতীও ধৰিলোঁ তাইকো মুহিলোঁসাঁতুৰি গদাধৰ নৈ হে’।।মহলৰ কাষতে নৈৰে পাৰতেআছিলে অকলে ৰৈ হে’।। গোৱালপাৰাৰ হাতী মহল,মাউত

গোদাবৰী নৈৰে পাৰৰে পৰা

গোদাবৰী নৈৰে পাৰৰে পৰাঅসমী আইলৈ যাচোঁ প্ৰণাম।সেইখন দেশ মোৰ দূৰণিৰ দেশতথাপি চিনাকি শুৱনি নামঅসমী আইলৈ যাচোঁ প্ৰণাম।।  জোনাকৰে ৰাতি চাগেʼ

গাঁৱৰে জীয়াৰী সপোন সুন্দৰী

গাঁৱৰে জীয়াৰী সপোন সুন্দৰীগাঁৱতে সৰগ ৰচোঁ মইমাটিতে সৰগ ৰচোঁ মইদেৱতাই ৰ লাগি চায়। ধুনীয়া মন মোৰ কুমলীয়াবাহু দুটি মোৰ লহপহীয়াকাকনো

গুপুতে গুপুতে কিমান খেলিম

গুপুতে গুপুতে কিমান খেলিমআলিঙ্গনৰ এই খেলাছটিয়াও আহাঁ আকাশে বতাহেদুয়োৰে ৰঙৰে মেলা।  সমাজ আৰু সংস্কাৰকদেখুৱাওঁ আহাঁ প্ৰিয়ালুকাই নথৈ আমাৰ দুখনসাগৰৰ দৰে

গংগা মোৰ মা

(অনুবাদ গীত: মূল ৰচনা -শিৱদাস বন্দোপধ্যায়) গংগা মোৰ মাপদ্মা মোৰ মামোৰ চকুলোৰে দুটি ধাৰামেঘনা যমুনা। একে আকাশ একে বতাহদুই কলিজাত

 
Scroll to Top