ঘ

ঘ

ঘৰতো নবহে মন

ঘৰতো নবহে মন সমনীয়াপথাৰতো নবহে মন;কমোৱা তুলাবোৰ যেনেকৈ উৰিছেতেনেকৈ উৰিবৰ মন। মনৰে বননিত সমনীয়াচেনেহৰ নিজৰাতপানীকেহে এটুপি পিওঁ,পোৰাকৈ ভটিতে তুমি যে

ঘ

ঘৰ ঘৰ বুলি খাওঁ হাবাথুৰি

ঘৰ ঘৰ বুলি খাওঁ হাবাথুৰিআঁচনি কম্পমানতথাপি কিয় কৰি আছোঁ মইবালিঘৰ নিৰ্মাণ শূণ্য শূণ্য এই জীৱননাই নাই মান অভিমাননাই স্নেহ নাই

ঘ

ঘৰ আমাৰ মাটি হয়

ঘৰ আমাৰ মাটি হয়মাটিয়েই ঘৰ;বাটেই আমাৰ আপোন হয়আপোনেই পৰ। এটি মিঠা জীৱন, এটি জীৱিকাৰ বাটৰাজপথে এৰাবাটে; এষাৰি মৰমী মাত;বিচাৰোঁতেই দিন

ঘ

ঘুমতি যাওৰে

নাৰী : ঘুমতি যাওৰে মোৰে সোণ জীউটিশিয়ালী নাহিবি ৰাতিতোৰে কাণে কাটি লগাম তেলৰ চাকিশিয়ালী নাহিবি ৰাতি। সোণ হালে-জালে আগলি বতাহেলফা

ঘ

ঘনে ঘনে কত শিশুক

ঘনে ঘনে কত শিশুকজন্ম দিবা তুমি?তুমি জন্ম দিবাস্বাৰ্থবিহীন মৰতলে’ আনি।। তুমি যদি নিজে হোঁৱাভঁৰাল ৰোগৰতোমাৰ মৰম হʼব  পানী লুইতৰ।এতিয়াই চিন্তি

 
Scroll to Top