গ

গ

গুৱাহাটীৰ কোনোবা এটি মিঠা

গুৱাহাটীৰ কোনোবা এটি মিঠা গধূলিৰ কথাশুনাইছিলাঁ গণেশ গগৈৰপ্ৰেমৰ কবিতাআজি মনত পৰেনে? মোক আঁকোৱালি চাৱনি মিলাইকৈছিলাঁ মধুৰ আৱেগেৰেতোমাৰ প্ৰাণৰ পাপৰি ঢালিসজাবা

গ

গৌৰীপুৰীয়া গাভৰু দেখিলো

গৌৰীপুৰীয়া গাভৰু দেখিলোঁহাতী ধৰিবলৈ গৈ।হাতীও ধৰিলোঁ তাইকো মুহিলোঁসাঁতুৰি গদাধৰ নৈ হে’।।মহলৰ কাষতে নৈৰে পাৰতেআছিলে অকলে ৰৈ হে’।। গোৱালপাৰাৰ হাতী মহল,মাউত

গ

গোদাবৰী নৈৰে পাৰৰে পৰা

গোদাবৰী নৈৰে পাৰৰে পৰাঅসমী আইলৈ যাচোঁ প্ৰণাম।সেইখন দেশ মোৰ দূৰণিৰ দেশতথাপি চিনাকি শুৱনি নামঅসমী আইলৈ যাচোঁ প্ৰণাম।।  জোনাকৰে ৰাতি চাগেʼ

গ

গাঁৱৰে জীয়াৰী সপোন সুন্দৰী

গাঁৱৰে জীয়াৰী সপোন সুন্দৰীগাঁৱতে সৰগ ৰচোঁ মইমাটিতে সৰগ ৰচোঁ মইদেৱতাই ৰ লাগি চায়। ধুনীয়া মন মোৰ কুমলীয়াবাহু দুটি মোৰ লহপহীয়াকাকনো

গ

গুপুতে গুপুতে কিমান খেলিম

গুপুতে গুপুতে কিমান খেলিমআলিঙ্গনৰ এই খেলাছটিয়াও আহাঁ আকাশে বতাহেদুয়োৰে ৰঙৰে মেলা।  সমাজ আৰু সংস্কাৰকদেখুৱাওঁ আহাঁ প্ৰিয়ালুকাই নথৈ আমাৰ দুখনসাগৰৰ দৰে

গ

গংগা মোৰ মা

(অনুবাদ গীত: মূল ৰচনা -শিৱদাস বন্দোপধ্যায়) গংগা মোৰ মাপদ্মা মোৰ মামোৰ চকুলোৰে দুটি ধাৰামেঘনা যমুনা। একে আকাশ একে বতাহদুই কলিজাত

 
Scroll to Top