Author name: admin1

জ

জিকমিক দেৱালীৰ বন্তী

জিকমিক দেৱালীৰ বন্তী জ্বলেএন্ধাৰত কান্দে কোনে অকলে অকলেওচৰা-ওচৰি দুটি ঘৰ।এটি পঁজা আনটো ৰজা ঘৰৰজাঘৰে হাঁহে, মাথোন পঁজাটিত বন্তি নজ্বলে! পঁজাটিত

জ

জাগ্ৰত মানুহৰ ছাঁ দেখি

জাগ্ৰত মানুহৰ ছাঁ দেখি কিয়দিনে-ৰাতিয়ে উচপ খোৱাঁ ?আলসুৱা আকাশত কুঁৱলীৰ মুখা-পিন্ধাৰামধনু কেলেই খেদি যোৱাঁ ? ধূলিৰ ধৰাত জীৱন সৰগ ওপজেনতুন

জ

জুয়ে পোৱা তিৰাশীৰ

জুয়ে পোৱা তিৰাশীৰনিৰ্বাচনীৰ বছৰমোৰ ভাইটি নোহোৱা হʼলনেপালোঁ খবৰতই জাননে খবৰ?তই জাননে খবৰ? জিলাৰ দহোগাঁৱততোৰ সমকক্ষ নাইতোক হেৰুৱাই আমাৰ গঞাইক্ৰোধতে বিনায়।মৰিশালি

জ

জয় বা পৰাজয়

(অনুবাদ গীত) জয় বা পৰাজয়সময় অসময়কপালত জিলিকাইপ্ৰেম নাহেপ্ৰেমে সময় নুবুজে(প্ৰেমে) বয়স যে আৰু নুবুজে।।ৰিম্‌ ঝিম্‌ ঝিম্‌ বৰষাইমোৰ দেহাটি যেতিয়া তিয়ায়উদাস

জ

জয় জয় নৱজাত বাংলা দেশ

জয় জয় নৱজাত বাংলা দেশজয় জয় মুক্তি বাহিনী।ভাৰতীয় সৈন্যৰ সʼতে ৰচিলাঁমৈত্ৰীৰ কাহিনী।। ধৰ্মান্ধতাৰ বিপৰীতে ধৰ্মনিৰপেক্ষতাবিভেদকামী শক্তিৰ সলনিগংগা পদ্মাৰ একতা।। সামন্ততন্ত্ৰৰ

জ

জয় জয় অসমীৰ নতুন পুৰুষ জয়

জয় জয় অসমীৰ নতুন পুৰুষজয় জয় শ্বহীদ বাহিনীপঁচাশীত লিখিলোঁত্যাগেৰে তোমাৰমুক্তিৰ কাহিনী। মহাভাৰতৰ মহা অংগঅসমী আই আমাৰকʼত সন্তানৰশোণিত ঢালেনোপোৱাঁ তুলনা তুমি

জ

জন্মদিন

জন্মদিন জন্মদিন শুভ জন্মদিনপ্ৰতিদিন হয় যেন ৰঙীণ ৰঙীণ জোনে পঢ়া-শুনা কৰিউঠি ৰেলগাড়ীতজোনে যাব মানুহৰ উপকাৰ কৰিপুতলায়ো নাচে আজিতাক্‌ ধিনা ধিন্‌

জ

জনকপুৰৰ জানকীয়ে

জনকপুৰৰ জানকীয়ে মিচিক-মাচাক হাঁহেৰতনপুৰৰ বুধু আজি তাইৰ পিনে আহে। বুধৰ গলত ৰঙা ৰুমালবাহুত তামৰ তাবিজকʼলা চুলিত কত যে ভাঁজদেহত ৰঙীণ

জ

জ্ঞানীজনে কয় সিংহৰ এটাই ভাল

কথাঃ জ্ঞানী জনে কয়-কি কয়?গীত :- জ্ঞানীজনে কয়শৃগালৰ জাক জাকসিংহৰ এটাই ভাল,হেন জানি ভাবি গুণিহে নৱ দম্পতীসীমিত কৰাঁ পৰিয়াল।পৰিয়াল-পৰিকল্পনা মাথোঁগৰ্ভ

ঘ

ঘৰতো নবহে মন

ঘৰতো নবহে মন সমনীয়াপথাৰতো নবহে মন;কমোৱা তুলাবোৰ যেনেকৈ উৰিছেতেনেকৈ উৰিবৰ মন। মনৰে বননিত সমনীয়াচেনেহৰ নিজৰাতপানীকেহে এটুপি পিওঁ,পোৰাকৈ ভটিতে তুমি যে

 
Scroll to Top